ব্যক্তিগত স্কুলক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যে শিক্ষা বিভাগে গ্ৰহণ কৰিব এক পদক্ষেপ। এই ঘোষণা কৰিছে স্বয়ং শিক্ষামন্ত্ৰীয়ে নিজে। আঁচনিখনৰ অধীনত মুঠ...
Read moreDetailsৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ (এন আৰ চি) খচৰা প্ৰকাশৰ সময়সীমা বৃদ্ধি কৰাৰ পিছতে ৰাজ্যখনৰ বহুতো ব্যক্তি আৰু সংগঠনে অভিযোগ কৰিছিল যে নাগৰিকত্ব...
Read moreDetailsশ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি নিযুক্তিপত্ৰ বিতৰণৰ এটা অনুষ্ঠানত ৰাজ্যৰ ১৯ খন জিলাৰ মুঠ ২৫৪ জন উচ্চতৰ মাধ্যমিকৰ স্নাতকোত্তৰ শিক্ষকক নিযুক্তি পত্ৰ দিয়া...
Read moreDetailsআজি ডিব্ৰুগড় আছুৱে কাৰ্য্যালয়ৰ কাম-কাজত অসমীয়া ভাষাৰ প্ৰয়োগ বাধ্যতামূলক কৰাৰ দাবীত ডিব্ৰুগড়ত এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে। চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান,...
Read moreDetailsযোৱা তিনিদিন ধৰি একেৰাহে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতীৰ মৃত্যু হোৱা ঘটনাই বন বিভাগৰ এই ক্ষেত্ৰত অৱহেলা আৰু ব্যৰ্থতা উদঙাই দিছে।...
Read moreDetailsশেহতীয়াকৈ বিতৰ্কিত মন্তব্যৰে চৰ্চাত থকা তথা সামাজিক মাধ্যমত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ অহা বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰবৰ্তীক অসম চৰকাৰৰ জনসংযোগ...
Read moreDetailsচাৰিদিনীয়া কাৰ্যৰ্সূচীৰে উত্তৰ-পূব ভ্ৰমণলৈ অহা ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দক সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত উষ্ম আদৰণি জনোৱা হয়। নিজৰ ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে অসমক উত্তৰপূব...
Read moreDetailsবৃহৎ সংখ্যকৰ অংশগ্ৰহণেৰে কোকৰাঝাৰত আজিৰ পৰা আৰম্ভ হৈছে বাবা ৰামদেৱৰ তিনিদিনীয়া বিনামুলীয়া যোগ প্ৰশিক্ষণ শিবিৰ। কোকৰাঝাৰৰ গ্ৰীন ফিল্ডত অনুষ্ঠিত এই শিবিৰত...
Read moreDetailsগঁড় হত্যাকাণ্ডৰ লগত জড়িত আৰু চোৰাং চিকাৰীক বন বিভাগৰ অৱস্থান জনাই সহায় কৰি থকা দুজন স্থানীয় যুৱকক কলিয়াবৰৰ জখলাবন্ধা আৰক্ষীয়ে...
Read moreDetailsৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কাৰাবাস খাটি থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত গোটেই দেশৰে প্ৰায় ১৮৪ টা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd