NORTHEAST NOW (Assamese)
Popular Stories

নলবাৰীত ভৰা লুইতত ভয়ংকৰ নাও দুৰ্ঘটনা, সন্ধানহীন শিক্ষাৰ্থীসহ ৪গৰাকী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 19, 2025 10:52 am
নলবাৰীত ভৰা লুইতত ভয়ংকৰ নাও দুৰ্ঘটনা, সন্ধানহীন শিক্ষাৰ্থীসহ ৪গৰাকী

নলবাৰী জিলাৰ মুকালমুৱাৰ ব্ৰহ্মপুত্ৰত ভয়ংকত নাও দুৰ্ঘটনা।

মুকালমুৱাৰ পেৰাধৰা ঘাটত সংঘটিত হৈছে এই নাও দুৰ্ঘটনা।

নাও দুৰ্ঘটনাত সন্ধানহীন শিক্ষাৰ্থীসহ ৪গৰাকী লোক।

নাওখনত প্ৰায় ৩০ৰ পৰা ৩৫গৰাকী ছাত্ৰী-ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে।

ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগ উপস্থিত হৈ চলাই আছে উদ্ধাৰ অভিযান।