Latest News

হাস্পাতালত এমাহ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ নৃশংস আক্ৰমণৰ বলি মৃদুমুদ্ৰা ডেকাই

হাস্পাতালত এমাহ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ নৃশংস আক্ৰমণৰ বলি মৃদুমুদ্ৰা ডেকাই

নলবাৰী জিলাত সংঘটিত নৃশংস আক্রমণৰ ঘটনাটোৱে ৰাজ্য কঁপাই তুলিছিল। এমাহতকৈও অধিক সময় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত মৃত্যুৰ সৈতে যুঁজি শুকুৰবাৰে...

১৬ বছৰ পিছত নকআউটত জয়; অষ্ট্ৰিয়াক পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰিলে স্পেইনে

১৬ বছৰ পিছত নকআউটত জয়; অষ্ট্ৰিয়াক পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰিলে স্পেইনে

বিশ্বকাপৰ আৰম্ভণি যদিও আশা কৰা ধৰণে নহ’ল, তথাপিও স্পেইনে নকআউট পৰ্যায়ত নিজৰ প্ৰকৃত ফৰ্মলৈ ঘূৰি আহিল। ৰাউণ্ড অফ ৩২ত অষ্ট্ৰিয়াৰ...

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

অহা বছৰ পঞ্জাৱত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। যোৱাবাৰৰ বিপৰ্যয় পাহৰি কংগ্ৰেছে পুনৰ পঞ্জাৱৰ শাসন দখল কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছে। সেই...

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

দুজন ভাল বন্ধু। দুয়োৰে এটা অপূৰ্ণ সপোন। সেই অপূৰ্ণ বাসনা পূৰণৰ লক্ষ্যত কোন বৰ্তি থাকিব? ক্রিষ্টিয়ানো ৰোনাল্ডো নে লুকা মড্ৰিচৰ...

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

ভাৰতীয় খাদ্যৰ সোৱাদ আৰু সুগন্ধিৰ কথা সমগ্ৰ বিশ্বতে বিখ্যাত। ইয়াৰ বৈচিত্ৰ্যময় সংস্কৃতিৰ দৰেই খাদ্যৰো আছে এক সুকীয়া পৰিচয়। কিন্তু আপুনি...

Page 40 of 14857 1 39 40 41 14,857

Recommended

Most Popular