NORTHEAST NOW (Assamese)
Popular Stories

নীৰৱ মোদী সম্পত্তি নিলাম; পূৰ্বনিৰ্ধাৰিত মূল্যতকৈ ৪৪০% অধিক মূল্য আহৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 7, 2020 3:25 pm
Nirav-Modi-1-770x433

নীৰৱ মোদীৰ সম্পত্তি নিলাম কৰা হৈছে।

যোৱা ৩ আৰু ৪ মাৰ্চত নীৰৱ মোদীৰ সকলো সম্পত্তিকে নিলাম কৰা হয়।

উল্লেখ্য যে পঞ্জাৱ নেচশ্যনেল বেংকৰ পৰা ১৪ হাজাৰ কোটি টকা চুৰি কৰি নীৰৱ মোদীয়ে দেশ এৰি পলায়ন কৰিছিল।

অৱেশ্য বৰ্তমান ব্ৰিটেইনৰ কাৰাগাৰত বন্দী হৈ আছে নীৰৱ মোদী।

অনলাইন যোগে নীৰৱ মোদীৰ ৭২ টা সম্পত্তি নিলাম কৰা হয়।

৭২ টা সম্পত্তি নিলাম কৰি মুঠ ২.২৯ কোটি টকা সংগ্ৰহ হৈছে।

উল্লেখ্য যে এই মূল্য পূৰ্বনিৰ্ধাৰিত মূল্যত প্ৰায় ৪৪০ শতাংশতকৈ অধিক বুলি জানিব পৰা গৈছে।