Tag: COVID-19
শিলচৰত সানমিহলি হৈ পৰিল ভেকচিন; প্ৰথমটো ড’জ কোভাক্সিন, দ্বিতীয়টো কোভিশ্বিল্ড!
এক আশ্চৰ্যজনক ঘটনা! বৰাক উপত্যকাৰ কাছাৰ জিলাৰ শিলচৰৰ প্ৰণৱানন্দ বিদ্যামন্দিৰৰ শিক্ষক গণনাথ ভট্টাচাৰ্যৰ ক্ষেত্ৰত ঘটিল এই ঘটনা। চৰকাৰৰ দ্বাৰা অনুমোদিত দুৰ্গাশংকৰ পাঠশালা…
গুৱাহাটীত ক’ভিডত ৬০উৰ্দ্ধৰ বয়সৰ লোকৰ মৃত্যু সৰ্বাধিক; ৫০উৰ্দ্ধৰ ব্যক্তিৰ হাস্পাতালত ভৰ্তি বাধ্যতামূলক
কামৰূপ মহানগৰ জিলাত ক’ভিড-১৯ত মৃ্ত্যু হোৱা সকলৰ ভিতৰত সৰ্বাধিক হৈছে ৬০ বছৰৰ উৰ্দ্ধৰ ব্যক্তি৷ স্বাস্থ্য বিভাগৰ ১ এপ্ৰিলৰ পৰা ২৬ মে’লৈ পৰিসংখ্যাত…
গোলাঘাটত ক’ভিডত নতুনকৈ আক্ৰান্ত ২৪১ জন; মৃত্যু ৪ জনৰ
গোলাঘাটত দৈনিক বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰে ৪৬৭১ জনৰ ক’ভিড পৰীক্ষাৰ অন্তত ২৪১ জনৰ শৰীৰত ধৰা পৰিছে ক’ভিড ভাইৰাছৰ উপস্থিতি। সমগ্র…
পি পি ই কিট পিন্ধি কোভিড ৰোগীৰ কাষত ধুবুৰীৰ জিলা উপায়ুক্ত অন্বামুথন এম পি
ধুবুৰী জিলাৰ কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দিনে নিশাই প্ৰচেষ্টা অব্যাহত ৰাখিছে জিলাখনৰ নৱনিযুক্ত উপায়ুক্ত অন্বামুথন এম পিয়ে৷ যোৱা ২২ মে’ত দায়িত্ব লোৱাৰ…
বোকাখাতৰ কোভিড চিকিৎসালয় পৰিদৰ্শন নৱনিযুক্ত উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙৰ
গোলাঘাট জিলাৰ নৱনিযুক্ত উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে বুধবাৰে বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত স্থাপন কৰা কোভিড চিকিৎসালয় পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত…
কলিয়াবৰত অপ্ৰতিৰোধ্য কৰোনা : ১ হাজাৰ অতিক্ৰম কৰিলে আক্ৰান্তৰ সংখ্যাই
কলিয়াবৰত কোভিড আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিলে সহস্ৰাধিকৰ ঘৰ। কলিয়াবৰত মুঠ কোভিডত আক্ৰান্তৰ সংখ্যা হ’লগৈ ১০২৫ জন। মুঠ সাতটাকৈ কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা…
সঁচাই কৰোনাৰ ভেকচিন লোৱা সকলো মানুহৰে দুবছৰ ভিতৰত মৃত্যু হ’ব নেকি? প্ৰকৃত সত্যতা কি জানক
সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছ মৃত্যু দূতৰূপে পৰিগণিত হৈছে। যোৱা প্ৰায় ডেৰটা বছৰ সমগ্ৰ বিশ্বৰ চিকিৎসা আৰু ভেষজ বিজ্ঞানীসকলে মানৱ কুলক এই মহামাৰী…
গোলাঘাটত কোভিড মৃত্যুৰ সংখ্যাই ৫০ স্পৰ্শ কৰিলে : আক্ৰান্তৰ সংখ্যাও দৈনিক বৃদ্ধি
গোলাঘাটত মংগলবাৰে কোভিড মৃত্যুৰ সংখ্যাই ৫০ ঘৰত ভৰি দিলে। চৰকাৰী সূত্ৰে প্ৰকাশ যে, সোমবাৰ আৰু মংগলবাৰৰ ভিতৰত জিলাখনত মুঠ ৪ জন কোভিড…
ৰাজ্যত অপৰিৱৰ্তিত কোভিড পৰিস্থিতি : যোৱা ২৪ ঘণ্টাত মৃত্যু ৯২ গৰাকী কৰোনাক্ৰান্তৰ
ৰাজ্যৰ কোভিড পৰিস্থিতিৰ এতিয়াও উদ্বেগজনক হৈয়েই আছে। ৰাজ্যখনত নতুনকৈ কোভিডে কাঢ়ি নিছে গৰাকী ৯২ গৰাকী লোকৰ প্ৰাণ । বিগত ২৪ ঘণ্টাত ৰাজ্যত…
কামৰ সময় ৬ ঘণ্টালৈ হ্ৰাস আৰু বাগিচাৰ শ্ৰমিকক ৯৫ মাস্ক প্ৰদানৰ দাবী
বোকাখাত মহকুমাৰ লখৌজান চাহ বাগিছাত শ্ৰমিকক এন ৯৫ মাস্ক আৰু হেণ্ড চেনিটাইজাৰ দিবৰ বাবে শ্ৰমিক সংঘৰ আহ্বান৷ লগতে কোভিড সংক্ৰমণৰ বাবে শ্ৰমিক…