Tag: COVID-19
ক’ৰ’না বিৰোধী যুঁজলৈ পুনৰ সহায় অক্ষয়ৰ; এইবাৰ মুম্বাই আৰক্ষীলৈ আৰ্থিক সাহায্য
বিশ্বৰ অন্য প্ৰান্তৰ লগতে ভাৰততো সংহাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ হ্ৰাস নোপৱাত পুনৰ এবাৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে বলিউদৰ ছুপাৰষ্টাৰ…
ইক্ৰাম হুছেইনৰ মৃত্যুত ভাৰতে এগৰাকী সাহসী জোৱান হেৰুৱালে : অমিত শ্বাহ
বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ ফলত মঙলবাৰে নতুন দিল্লীত কৰ্মৰত অসমৰ ইক্ৰাম হুছেইন নামৰ এগৰাকী চি আৰ পি এফ জোৱানৰ মৃত্যুত…
১০০ কোটি মানুহক আক্ৰান্ত, ৩ নিযুতৰ প্ৰাণ ল’ব পাৰে বিশ্বজুৰি কৰ’নাভাইৰাছে
এশ কোটি লোক বিশ্বজুৰি কৰ’নাভাইৰাছত আক্ৰান্ত হ’ব পাৰে, যদিহে বিপদসাধ্য দেশসমূহক তৎকালে সাহায্য আগবঢ়োৱা নহয়। ইণ্টাৰনেচনেল ৰেছকিউ কমিটি নামৰ এটা এমেৰিকান আৰ্থিক…
লকডাউনৰ মাজত অৰ্থনৈতিক ব্যৱস্থা টনকিয়াল কৰিবলৈ ৰাজ্য চৰকাৰলৈ কি পৰামৰ্শ ৰাজ্যৰ অৰ্থনীতিবিদৰ?
মঙ্গলবাৰে খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসমৰ মুঠ ৩৫ গৰাকী অৰ্থনীতিবিদৰ সৈতে এক আলোচনাত মিলিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী…
দেশৰ পৰা ক’ৰনা নিৰ্মূলৰ সংগ্ৰাম প’লিঅ’ নিৰ্মূলৰ দৰেই দীঘলীয়া হোৱাৰ আশংকা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডাৰ
আজি ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জগৎ প্ৰকাশ নাড্ডা অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক সকলৰ ক’ৰ’না সম্পৰ্কীয় এখন পৰ্যালোচনামূলক ভিডিঅ’ কনফাৰেন্সত অংশ…
নিজ কন্যাক চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে কিয় ক’ৰ’নাতংকৰ আগতে আমেৰিকালৈ পঠিয়াইছিল?
ক’ৰ’না ভাইৰাছৰ উৎপত্তি আৰু অপ্ৰতিৰোধ্য নৰ সংহাৰক কেন্দ্ৰ কৰি বিশ্বৰ দুই শক্তিধৰ ৰাষ্ট্ৰ আমেৰিকা আৰু চীনৰ মাজৰ সম্পৰ্ক অহি-নকুল হৈ পৰিছে। আমেৰিকাৰ…
আই চি এম আৰে ৰেপিড এন্টিবডী টেষ্টিং কিটৰ ব্যৱহাৰ বন্ধ কৰাকলৈ চীনৰ প্ৰতিক্ৰিয়া
ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্ছ (আই চি এম আৰ)য়ে চীনৰ দুখন ফাৰ্মে বনোৱা ৰেপিড এন্টিবডী টেষ্টিং কিট ব্যৱহাৰ নকৰিবলৈ ৰাজ্যসমূহক কোৱাৰ পাছত…
কোভিড-১৯ৰ বাতৰি যুগুত কৰা ৰাজ্যৰ সাংবাদিকলৈ ৫০ লাখ টকাৰ বীমা ঘোষণা মুখ্য মন্ত্ৰীৰ
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে নিজৰ জীৱনৰ শংকা নেওচিও কোভিড-১৯ৰ বাতৰি যুগুত কৰা ৰাজ্যখনৰ সাংবাদিকসকলক ৫০ লাখ টকাৰ জীৱন বীমা আগবঢ়োৱাৰ কথা…
লকডাউন ভংগ কৰিলে কঠোৰ শাস্তি: ৰেড জ’নত থকা গোৱালপাৰা আৰক্ষীৰ পদক্ষেপ
ৰেড জ’নৰ তালিকাত থকা গোৱালপাৰাত লকডাউন ভংগকাৰী সকলৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে গোৱালপাৰা আৰক্ষী। বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ’নাক প্ৰতিহত কৰাৰ…
ক’ৰ’নাত আক্ৰান্ত হৈ সাংবাদিকৰ মৃত্যু হ’লে পৰিয়ালে পাব ১৫ লাখ টকা
কৰ্তব্যত নিয়োজিত হৈ থকা সময়ত যদি ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ কোনো সংবাদকৰ্মীৰ মৃত্যু হয় তেন্তে সংবাদকৰ্মীজনৰ পৰিয়ালৰ লোকক উৰিষ্যা চৰকাৰে প্ৰদান কৰিব…