Tag: COVID-19
‘চেপ্তেম্বৰ-অক্টোবৰত উপলব্ধ হ’ব ক’ৰ’না ভাইৰাছৰ ভেকচিন!’; দাবী কৰিলে ভাৰতীয় এক প্ৰতিষ্ঠানে
অহা দুই এসপ্তাহৰ ভিতৰতে মানৱ শৰীৰত পৰীক্ষণ কৰাৰ পিছত অক্টোবৰ মাহৰ পৰা উপলব্ধ হ’ব ক’ৰ’না ভাইৰাছৰ ভেকচিন। এই দাবী ভাৰতীয় এক প্ৰতিষ্ঠানৰ।…
ক’ৰ’নাতংক; প্ৰব্ৰজিত শ্ৰমিকৰ বাবে প্ৰায় ৩৮,০০০ টা সাহায্য শিবিৰ স্থাপন কৰিছে কেন্দ্ৰই
ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত থকা ল’কডাউনৰ সময়ত প্ৰব্ৰজিত শ্ৰমিকৰ বাবে কেন্দ্ৰ চৰকাৰে প্ৰায় ৩৮,০০০ টা সাহায্য শিবিৰ স্থাপন কৰিছে। উচ্চতম ন্যায়ালয়ত…
মুখ্য মন্ত্ৰীসকলৰ সৈতে প্ৰধান মন্ত্ৰীৰ বৈঠক: দুখনত বাহিৰে লকডাউন প্ৰত্যাহাৰৰ পক্ষত সকলো ৰাজ্য
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সোমবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন ৰাজ্যৰ মুখ্য মন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত কোভিড-১৯ লকডাউন সম্পৰ্কত মুখ্য…
কোভিড-১৯ত প্ৰতিৰোধৰ বাবে ব্যৱহৃত N95 মাস্কৰ উদ্ভাৱক গৰাকীক জানো আহক
গোটেই বিশ্বই কোভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়ত অধিক সংখ্যক চিকিৎসকে সংক্ৰমণৰ আশংকা হ্ৰাস কৰিবলৈ N95 শ্বাস গ্ৰহণক্ষম মাস্কৰ ওপৰত আস্থা প্ৰকাশ…
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ OSDৰ কাৰ্যালয়ত নিযুক্ত সুৰক্ষা কৰ্মীয়ো কৰ’নাত আক্ৰান্ত
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্দ্ধনৰ এইমছত থকা বিশেষ কৰ্তব্যৰত বিষয়া (OSD)ৰ কাৰ্যালয়ত নিযুক্ত এজন সুৰক্ষা কৰ্মীৰ পৰীক্ষাত দেহত কৰ’না ভাইৰাছ পজিটিভ পোৱা গৈছে।…
ভাল খৱৰ: প্লাজমা থেৰাপিত সম্পূৰ্ণ সুস্থ হৈ উঠিল দেশত প্ৰথমগৰাকী কৰ’না আক্ৰান্ত ৰোগী
কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত সৃষ্টি হোৱা সংকটৰ মাজতে আহিছে এটা ভাল খৱৰ। কৰ’নাৰ প্ৰতিষেধকৰ অপেক্ষাত দেশ চিন্তিত হৈ থকাৰ সময়তে দিল্লীৰ এগৰাকী…
ৰাজস্থানত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীৰ দলটো বাছেৰে আহি উপস্থিত হ’ল গুৱাহাটীত
ৰাজস্থানৰ কোটাৰ পৰা তাত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীৰ দলটো বাছেৰে আহি আজি পুৱতি নিশা ৩বাজি ১০ মিনিটত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত উপস্থিত হয়।…
আৰ্থিক সংকট: অতি ধনাঢ্যসকলৰ ওপৰত ৪০ শতাংশ কৰ আৰোপৰ প্ৰস্তাৱ IRS বিষয়াৰ
কৰ’না ভাইৰাছৰ ফলত দেশত এক সংকটৰ পৰিস্থিতি উদ্ভৱ হৈছে। কৰ’না মহামাৰীৰ মোকাবিলাৰ বাবে প্ৰয়োজনীয় অৰ্থ সংগ্ৰহৰ বাবে তৎকালীন ব্যৱস্থা হিচাপে অতি ধনাঢ্যসকলৰ…
টীয়কত বহিৰ্ৰাজ্যৰ পৰা অহা ২৪ জন শ্ৰমিকক অস্থায়ী কক্ষলৈ প্ৰেৰণ
চৰকাৰে আন্ত:জিলা পৰিবহন ব্যৱস্থা অহা ৩০ এপ্ৰিল তাৰিখলৈকে মুকলি কৰি দিছে আৰু পৰিবহনৰ বাবে অনলাইন অথবা ১০৪ ৰ যোগেদি নিজ নিজ গন্তব্য…
পশ্চিমবংগত স্বাস্থ্য বিভাগৰ সহ সঞ্চালকৰ ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সন্দেহ
দেওবাৰে পশ্চিমবংগৰ স্বাস্থ্য সেৱা বিভাগৰ সহকাৰী সঞ্চালক বিপ্লৱ কান্তি দাসগুপ্তৰ মৃত্যু হয়। পশ্চিমবংগ ডক্তৰ্ছ ফ’ৰাম(WBDF) দাবী কৰিছে ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈয়ে ডাঃ…