Tag: COVID-19
নিগেটিভ ওলোৱা দুসপ্তাহৰ পিছত পুনৰ কোভিড১৯ পজিটিভ পোৱা গৈছে এজন কাৰাৰুদ্ধ জামাতী শৰীৰত
সমগ্ৰ বিশ্বতে ক’ৰ’না ভাইৰাছে নৰ সংহাৰীৰূপ ধাৰণ কৰাৰ সময়তে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজ তবলিগী জামাত অনুষ্ঠান ভাৰতত ক’ৰ’না সংক্ৰমণৰ অন্যতম হটস্পট হৈ পৰে।…
অসম চৰকাৰৰ আৰোগ্য নিধিলৈ আৰণ্যকে আগবঢ়ালে এক লাখ টকা
ৰাজ্যৰ অগ্ৰণী বেচৰকাৰী অনুষ্ঠান, আৰণ্যকৰ পৰা অসম চৰকাৰৰ আৰোগ্য নিধিৰ পুঁজিলৈ ১ (এক) লাখ টকা প্ৰদান কৰা হৈছে। প্ৰকৃতি পৰিবেশৰ সংৰক্ষণ-ৰক্ষণাবেক্ষণৰ লগত…
দিল্লীত ৯জন চিআৰপিএফ জোৱানৰ দেহত ধৰা পৰিছে কৰ’না পজিটিভ
বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰত চৰকাৰে দেশজুৰি লকডাউন অব্যাহত ৰাখিছে। ইয়াৰ পাছতো কৰ’না ভাইৰাছ সংক্ৰমণৰ ঘটনা…
দেশত ১৬ মে’লৈকে বৃদ্ধি পাব লকডাউন? চলিছে চৰ্চা
দেশত কৰ’না ভাইৰাছ সংক্ৰমণৰ বিষয়টোক লৈ অহা সোমবাৰে ৰাজ্যসমূহৰ মুখ্য মন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এখন বৈঠকত মিলিত হ’ব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ…
বেংকক পাব্লিক ইউটিলিটি চাৰ্ভিচৰূপে ঘোষণা চৰকাৰৰ
ভাৰত চৰকাৰে বেংকসমূহক অহা ২১ অক্তোবৰলৈকে ছমাহৰ বাবে পাব্লিক ইউটিলিটি চাৰ্ভিচৰূপে ঘোষণা কৰিছে। কৰ’নাভাইৰাছ মহামাৰীৰ ফলত ইণ্ডাষ্ট্ৰিয়েল ডিছপিউটছ এক্তৰ অধীনত এই ঘোষণা…
ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটিল এটি ৪ মহীয়া শিশুৰ
দক্ষিণ ভাৰতৰ কেৰালাত আজি ক’ৰ’নাত আক্ৰান্ত এটি ৪ মহীয়া শিশুৰ আজি মৃত্যু হয়। এই মৃত্যুৰ ঘটনাই ৰাজ্যখনত এক শোকাকূল পৰিৱেশৰ সৃষ্টি কৰিছে।…
আমেৰিকা আঁতৰিল! WHOক ৩কোটি ডলাৰৰ সাহায্য দিয়াৰ কথা ঘোষণা চীনৰ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ বিবাদ চলি থকাৰ সময়তে ৰাষ্ট্ৰপতিগৰাকীয়ে সংস্থাটোক সাহায্য দিয়া বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল।…
ক’ৰ’না ভাইৰাছৰ কৱলত পৰা কেবিনেট মন্ত্ৰীক চিকিৎসালয়ত ভৰ্তি
মহাৰাষ্ট্ৰত দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’না আক্ৰান্তৰ সংখ্যা। শেহতীয়া খবৰ অনুসৰি ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ কেবিনেট মন্ত্ৰী…
কোভিড-১৯ৰ চিকিৎসাত কিমান পৰিব খৰচ? চাওক এক হিচাপ
বিশ্বজুৰি কোভিড-১৯ৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ মাজতে এবাৰ ইয়াৰ চিকিৎসা ব্যয় কিমান হ’ব পাৰে তাৰ এক সাধাৰণ হিচাপ চাই লওক। পোন…
ATMৰ পৰা ঘটিল তিনি সেনা জোৱানৰ কৰ’না সংক্ৰমণ; ২৮জনক কৰা হ’ল কোৱাৰেন্টাইন
গুজৰাটৰ বডোডৰাত তিনিজন সেনা জোৱান কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছে। জোৱান তিনিজনৰ কৰ’না টেষ্টত পজিটিভ ধৰা পৰিছে। প্ৰাথমিক অনুসন্ধান মতে এটা এটিএম বুথ…