Tag: COVID-19
কৰোনাতংকৰ সয়মতে দেশত কোটি কোটি ভেকচিনৰ অপচয় : হাৰিয়ানাৰ পিছতে অসম আছে দ্বিতীয় স্থানত
দেশত কোভিডৰ ভাৰতীয় প্ৰজাতিয়ে সংহাৰ ৰূপ ধাৰণ কৰাৰ সময়তে এক ভয়ানক তথ্য পোহৰলৈ আহিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে ইতিমধ্যে দেশৰ ৰাজ্য আৰু…
ৰাজ্যসমূহৰ বাবে আৰু মাত্ৰ ২ কোটি ড’জ ভেকচিনহে মজুত আছে : কেন্দ্ৰ
২ কোটিৰো অধিক ড’জ ভেকচিনহে এতিয়া ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে মজুত আছে। সোমবাৰে এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। মন্ত্ৰণালয়ে…
কৰ’নাত আক্ৰান্ত হৈ চলচ্চিত্ৰ পৰিচালক শম্ভু গুপ্তাৰ পৰলোকপ্ৰাপ্তি; মুখ্যমন্ত্ৰীৰ শোক
অসমীয়া চলিচ্চিত্ৰ জগতৰ বিশিষ্ট পৰিচালক শম্ভু গুপ্তাৰ কৰ’নাত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। দেওবাৰে নিশা ১০-৫০…
কৰ’নাৰ ৰঙা চকু! মাত্ৰ ৮মাহ বয়সতেই কৰ’নাৰ ভেকচিন লৈ বিশ্ব অভিলেখ এটি শিশুৰ
সমগ্ৰ বিশ্বতে মাৰাত্মক কৰ’নাৰ সংহাৰ চলিছে। এই অদৃশ্য ৰোগৰ প্ৰকোপত বিপৰ্যস্ত হৈ পৰিছে মানহৰ জীৱন-যাত্ৰা। এনে পৰিস্থিতিত কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ বিশ্বৰ…
দদৰা-শিঙিমাৰি কোভিড চিকিৎসালয় পৰিদৰ্শন; অক্সিজেন প্লান্ট নিৰ্মাণৰ ঘোষণা স্বাস্থ্যমন্ত্ৰীৰ
নতুন স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত উপস্থিত হৈ দেওবাৰে কোভিড হাস্পাতাল পৰিদৰ্শন কৰে কেশৱ মহন্তই।…
ৰাজ্যত নতুনকৈ ৩,৬৫০গৰাকী লোক কৰ’নাত আক্ৰান্ত; ৫৬গৰাকীৰ মৃত্যু
ৰাজ্যৰ কোভিড পৰিস্থিতি উদ্বেগজনক হৈয়েই আছে। যোৱা ২৪ ঘন্টাত কালান্তক কোভিডে কাঢ়ি নিছে গৰাকী ৫৬ গৰাকী লোকৰ প্ৰাণ। বিগত ২৪ ঘণ্টাত ৰাজ্যত…
অপ্ৰতিৰোধ্য কৰ’না! শিৱসাগৰতো নতুনকৈ ৬১ গৰাকীৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ
সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো ক’ভিড আক্ৰান্তৰ সংখ্যা দৈনিক বৃদ্ধি পাবলৈ ধৰিছে। দেওবাৰে শিৱসাগৰত ৬১ গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছে। ইপিনে…
আজিয়েই আন্তঃজিলা ভ্ৰমণ কৰি লওঁক; সোমবাৰৰ পৰা আন্তঃজিলা যাতায়ত বন্ধ হোৱাৰ পূৰ্ণ সম্ভাৱনা
ৰাজ্যত ক্ৰমান্বয়ে কোভিড পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ দিশে আগবাঢ়িছে। সেয়েহে ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে কেতবোৰ ব্যৱস্থাপনা হাতত লোৱা পৰিলক্ষিত হৈছে। ৰাজ্য…
কোভিড পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ পত্ৰৰ যোগে ৯ টাকৈ দিহা দিলে কংগ্ৰেছ সভাপতি ৰিপুন বৰাই
ৰাজ্যৰ ভয়াৱহ পৰিস্থিতিৰ সন্দৰ্ভত সজাগ সচেনতাৰ পৰিচয় দাঙি ধৰি দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৯ টাকৈ দিহাৰে মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ…
ব্ৰিটেইন আৰু ভাৰতৰ নতুন প্ৰজাতিৰ কৰোনাক প্ৰতিৰোধ কৰিবলৈ সক্ষম কোভাক্সিন প্ৰতিষেধক
ব্ৰিটেইন আৰু ভাৰতত সংহাৰ চলোৱা কৰোনাৰ দুয়োটা নতুন ষ্ট্ৰেইনক প্ৰতিৰোধ কৰিবলৈ সক্ষম কোভাক্সিন প্ৰতিষেধক। এই দাবী কৰিছে ভেকচিনটোৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ভাৰত বায়’টেকে।…