Tag: COVID-19
যোৱা ২৪ ঘণ্টাত ৪৭,৯০৫ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত, ৫৫০ গৰাকীৰ মৃত্যু
ভাৰতত ১২ নৱেম্বৰৰ ৰাতিপুৱালৈকে ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৮৬,৮৩,৯১৬ গৰাকীলৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত দেশৰ ৪৭,৯০৫ গৰাকী নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হোৱাৰ…
ভাৰতত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ, যোৱা ২৪ ঘণ্টাত ৩৮,০৭৪ গৰাকী আক্ৰান্ত
ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা লাহে লাহে হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। যোৱা ২৪ ঘণ্টাত নতুনকৈ ৩৮,০৭৪ গৰাকী আক্ৰান্ত হোৱাৰ পিছতে এই অনুমান…
অসমত আৰু তিনিগৰাকীৰ ক’ভিডত মৃত্যু, মুঠ সংখ্যা ৯৪৩লৈ বৃদ্ধি
অসমত আৰু তিনিগৰাকী ক’ভিড-১৯ ৰোগীয়ে দেওবাৰে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ মুঠ মৃতকৰ সংখ্যা ৯৪৩লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— কামৰূপ…
কৰ’না আক্ৰান্ত প্ৰায় ৭৩.৫শতাংশ শিশুৱে উপসৰ্গহীন: এইমছ
অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স (এইমছ)ৰ তথ্য অনুসৰি ভাৰতৰ ৪০ শতাংশ কোভিড আক্ৰান্ত লোকেই উপসৰ্গহীন। তেওঁলোকৰ শৰীৰত কোভিডৰ কোনো লক্ষণ দেখা…
প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ সংকটমুক্ত; জনালে জিএমচিএইচৰ চিকিৎসকৰ দলে
প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান ‘সংকটমুক্ত’। দুদিন পূৰ্বে এক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ ও হাস্পাতালত ভৰ্তি কৰোৱাৰ পাছত…
বন্দে ভাৰতত চীনৰ উহানলৈ যোৱা ১৯ ভাৰতীয়ৰ দেহত কৰ’না পজিটিভ
চীনৰ উহানৰ পৰাই বিয়পিছিল কৰ’না ভাইৰাছ। সেই উহানতেই ১৯গৰাকী ভাৰতীয় লোক কৰ’নাত আক্ৰান্ত হ’ল। ইয়াৰ পাছতেই ভাৰতৰ পৰা চীনলৈ বন্দে ভাৰত মিছনৰ…
কৰ’নাৰ সংহাৰ: ব্রিটেইনত পুনৰ দ্বিতীয়বাৰৰ বাবে এমাহৰ লকডাউন ঘোষণা
ব্ৰিটেইনত দ্বিতীয়বাৰৰ বাবে পুনৰ লকডাউন ঘোষণা কৰিছে দেশখনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনে। শনিবাৰে ডাউনিং ষ্ট্ৰীটত এখন সংবাদমেলত প্ৰধান মন্ত্ৰীগৰাকীয়ে এমাহৰ বাবে (তিনি-চাৰি…
অসমত ৩৩৬ নতুন ক’ভিড আক্ৰান্ত, ১৩৮৬ আৰোগ্য
৩৩৬গৰাকী ব্যক্তি শনিবাৰে অসমত ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ১৩৮৬গৰাকীয়ে আৰোগ্য লাভ কৰিছে। ২৬,০২২টা টেষ্টত এইসকলক ক’ভিড পজিটিভ পোৱা গৈছে। পজিটিভৰ হাৰ…
৯৩০লৈ বৃদ্ধি অসমত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা
আৰু চাৰিগৰাকী ক’ভিড১৯ ৰোগীয়ে শনিবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৯৩০লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— নগাঁৱৰ অৱনী গোস্বামী…
অসমত ৩৮০ নতুন ক’ভিড আক্ৰান্ত, ১০৯৪ আৰোগ্য
৩৮০গৰাকী ব্যক্তি শুকুৰবাৰে অসমত ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ১০৯৪গৰাকীয়ে আৰোগ্য লাভ কৰিছে। ২৫,৬৭২টা টেষ্টত এইসকলক ক’ভিড পজিটিভ পোৱা গৈছে। পজিটিভৰ হাৰ…