Tag: COVID-19
অসমত ১৮৫৬ নতুন ক’ভিড মুক্ত, আৰোগ্যৰ হাৰ ৮০.৭৫ শতাংশলৈ বৃদ্ধি
১৮৫৬গৰাকী ব্যক্তিয়ে শনিবাৰে ক’ভিড১৯ৰ পৰা আৰোগ্য হৈ অসমত চিকিৎসালয় এৰিছে। এইসকলক ধৰি অসমত এতিয়ালৈকে মুঠ ১,২৫,৫৪০গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।…
অসমত ২৫৯৫ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৭.৩৮ শতাংশলৈ বৃদ্ধি
২৫৯৫গৰাকী ব্যক্তি শনিবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ৭.৩৮ শতাংশলৈ বৃদ্ধি পাইছে। শুকুৰবাৰে এই হাৰ আছিল ৬.৯৬ শতাংশ।…
অসমত আৰু আঠ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৫৪৮লৈ বৃদ্ধি
আৰু আঠগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, শনিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৫৪৮লৈ বৃদ্ধি পাইছে। অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে। স্বাস্থ্য…
যোৰহাটত আৰু দুই ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ২৪লৈ বৃদ্ধি
আৰু দুগৰাকী ক’ভিড১৯ ৰোগীয়ে শনিবাৰে যোৰহাটত প্ৰাণ হেৰুৱাইছে। জিলাখনত এতিয়ালৈকে ক’ভিডত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ২৪লৈ বৃদ্ধি পাইছে। জিলা উপায়ুক্ত ৰশ্নি এ…
অসমত ২০৭৪ নতুন ক’ভিড আৰোগ্য; সক্ৰিয় ৰোগী ২৮,৬৩১
২০৭৪গৰাকী ব্যক্তিয়ে শুকুৰবাৰে ক’ভিড১৯ৰ পৰা আৰোগ্য হৈ অসমত চিকিৎসালয় এৰিছে। এইসকলক ধৰি অসমত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা মুঠ ব্যক্তিৰ সংখ্যা ১,২৩,৬৮৪লৈ…
অসমত ২৫০৯ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৬.৯৬ শতাংশ
২৫০৯গৰাকী ব্যক্তি শুকুৰবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৬.৯৬ শতাংশ। যোৱা ২৪ ঘণ্টাত ৩৬,০২৭টা ক’ভিড টেষ্টত এইসকল…
অসমত আৰু ১২ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৫৪০লৈ বৃদ্ধি
আৰু ১২গৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, শুকুৰবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৫৪০লৈ বৃদ্ধি পাইছে। অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে। স্বাস্থ্য…
সত্য হ’ল বিজ্ঞানীৰ আশংকা! ৰাছিয়াৰ ভেকচিনত দেখা দিছে পাৰ্শ্বক্ৰিয়া
ৰাছিয়াই প্ৰস্তুত কৰি উলিওৱা কোভিড ভেকচিন ‘স্পুটনিক-ভি’ প্ৰয়োগৰ ফলত স্বেচ্ছাসেৱকৰ শৰীৰত পাৰ্শ্বক্ৰিয়া দেখা দিছে। ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰীয়ে এই কথা সদৰী কৰিছে। ৰাছিয়াৰ…
দেশত যোৱা ২৪ ঘন্টাত ৯৬,৪২৪ নতুনকৈ কৰ’নাত আক্ৰান্ত; মৃতকৰ সংখ্যা ৮৪,৩৭২ গৰাকীলৈ বৃদ্ধি
মহামাৰী ক’ৰ’না ভাইৰাছৰ সংহাৰে দেশবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে। প্ৰতিদিনে হাজাৰ হাজাৰ লোক নতুনকৈ এই ভাইৰাছবিধৰ কৱলত পৰিছে। দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা…
কৰ’নাৰ প্ৰতিষেধকক লৈ আশাৰ বতৰা! নৱেম্বৰতেই ভাৰতত উপলব্ধ হ’ব পাৰে ভেকচিন
প্ৰায় ছয়মাহ ধৰি কৰ’না ভাইৰাছে অস্থিৰ কৰি ৰখা দেশখনত এতিয়াও সকাহৰ খৱৰ নাই। দিন যোৱাৰ লগে লগে বৰঞ্চ বৃদ্ধিহে পাইছে উদ্বিগ্নতা। প্ৰতিদিনেই…