NORTHEAST NOW (Assamese)

Tag: COVID-19

অসম

হোম কোৱাৰেন্টাইনত থাকিব নালাগে এইবোৰ ৰোগী; আৰু কি আছে নতুন নিৰ্দেশনাত?

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ক্ষিপ্ৰতা বৃদ্ধি পোৱাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে হোম কোৱাৰেন্টাইনৰ নিয়মৰ সালসলনি কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে বৰ্তমান পৰিস্থিতি আৰু আক্ৰান্ত লোকৰ…

এন ই নাও নিউজ · July 3, 2020 9:10 am
অসম

সন্দেহযুক্ত কোভিড আক্ৰান্তৰ মৃতদেহ পৰীক্ষাৰ ফলাফল অবিহনেই চমজি লব পাৰিব পৰিয়ালে

দেশত এতিয়া বতাহৰ গতিত সংক্ৰমিত হৈছে মাৰাত্মক কৰ’না ভাইৰাছ। প্ৰতিদিনে কৰ’না ভাইৰাছত সংক্ৰমিত লোকৰ সংখ্যা ভয়াৱহ হাৰত বৃদ্ধি পাইছে। দেশৰ প্ৰায় ৬…

এন ই নাও নিউজ · July 3, 2020 8:01 am
অসম

গুৱাহাটীত লকডাউনৰ মাজত এম্বুলেঞ্চত শাক-পাচলি, মুৰ্গী!

আপুনি যদি ভাবিছে, কেৱল ৰোগী কঢ়িয়াবৰ বাবেই ব্যৱহাৰ হয় এম্বুলেঞ্চ? নহয়, আপোনাৰ এই ধাৰণাক ভুল প্ৰমাণিত কৰিব মহানগৰীত দিন-দুপৰতে সংঘটিত হোৱা এটা ঘটনাই।…

কল্পজ্যোতি শইকীয়া · July 2, 2020 5:16 pm
অসম

কোভিডত আক্ৰান্ত হৈ মৃত্যু ভাৰতীয় সেনাৰ ব্ৰিগ্ৰেডিয়াৰ বিকাশ শ্যামলৰ

কৰ’না ভাইৰাছে সংহাৰৰ সৃস্টি কৰা ভাৰতবৰ্ষত এতিয়ালৈকে ৬ হাজাৰৰো অধিক লোকৰ মৃত্যু ঘটিছে। শেহতীয়াকৈ কৰ’না ভাইৰাছে প্ৰাণ কাঢ়ি নিলে ভাৰতীয় সেনাৰ এগৰাকী…

এন ই নাও নিউজ · July 2, 2020 5:07 pm
অসম

অসমত আৰু দুগৰাকী ব্যক্তিৰ কোভিড-১৯ত মৃত্যু; ৰাজ্যত কৰ’নাত মৃত্যুৰ সংখ্যা ১৪জনলৈ বৃদ্ধি

অসমত আজি আৰু দুগৰাকী কোভিড-১৯ত আক্ৰান্ত লোকৰ মৃত্যু হৈছে। আজি মৃত্য হোৱা লোক দুগৰাকীৰ এগৰাকী প্ৰভুদয়াল ভিদৱাটকা (৭৮) আৰু আন গৰাকী সুভাষ…

এন ই নাও নিউজ · July 2, 2020 4:12 pm
অসম

মর্মান্তিক; কোভিড আক্রান্ত ব্যক্তিৰ মৃতদেহৰ সৈতে পৰিয়ালে যাপন কৰিবলগীয়া হ’ল দুটাকৈ দিন

কৰ’না ভাইৰাছত আক্ৰান্ত লোক সকলৰ প্ৰতি এতিয়াও বহুতে নেতিবাচক মনোভাৱ গ্ৰহণ কৰি আহিছে। তাৰেই শেহতীয়া উদাহৰণ পোৱা গ’ল কলকাতাত। কলকাতাৰ ৰাজা ৰামমোহন…

এন ই নাও নিউজ · July 2, 2020 3:14 pm
অসম

সাৱধান! ২৪ ঘণ্টাত গুৱাহাটীত ৩৭৮ গৰাকী ক’ৰ’নাত আক্ৰান্ত

গুৱাহাটীত যোৱা ২৪ ঘণ্টাৰ ভিতৰত পুনৰ ৩৮০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। সমগ্ৰ ৰাজ্যত নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে ৪০৮ গৰাকী লোক। কালি…

কল্পজ্যোতি শইকীয়া · July 2, 2020 6:49 am
অসম

গুৱাহাটী লকডাউনৰ তৃতীয় দিনত ৫জনক গ্ৰেপ্তাৰ, ৫৮ বাহন জব্দ

আৰক্ষীয়ে গুৱাহাটীত লকডাউনৰ তৃতীয় দিনা বুধবাৰে নিয়ম উলংঘাকাৰী পাঁচগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু কৰা হৈছে। দিনটোত নিয়ম…

দীপজ্যোতি শৰ্মা · July 1, 2020 10:42 pm
অসম

গুৱাহাটীত ৯০০ বিচনাযুক্ত ক’ভিড চিকিৎসালয় মুকলি

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে গুৱাহাটীত ৯০০ বিচনাযুক্ত এক ক’ভিড চিকিৎসালয় মুকলি কৰিছে। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত এই…

এন ই নাও নিউজ · July 1, 2020 10:13 pm
অসম

অসমত নতুনকৈ ক’ভিড মুক্ত ১৮৪, সক্ৰিয় ৰোগী ২৭০১

অসমত শেহতীয়াকৈ ব্যাপক হাৰত ক’ভিড ৰোগী চিনাক্ত হৈ অহাৰ মাজতে ১৮৪গৰাকী ব্যক্তিয়ে বুধবাৰে আৰোগ্য লাভ কৰিছে। অসমৰ বিভিন্ন অসামৰিক, জিলা আৰু আদৰ্শ…

এন ই নাও নিউজ · July 1, 2020 9:26 pm