NORTHEAST NOW (Assamese)

Tag: COVID-19

অসম

৬০০০ অতিক্ৰম অসমত মুঠ ক’ভিড আক্ৰান্তৰ

২০৩গৰাকী নতুনকৈ চিনাক্ত ক’ভিড-১৯ পজিটিভ ব্যক্তিৰ সৈতে অসমত মুঠ আক্ৰান্ত মঙলবাৰে ৬০৫৬লৈ বৃদ্ধি পাইছে। দিনটোত ১৯৭গৰাকী ক’ভিড আৰোগ্যক চিকিৎসালয়ৰ পৰা মুক্তি দিয়াৰ…

এন ই নাও নিউজ · June 24, 2020 12:01 am
অসম

ধৰ্ষণ: পঞ্চমজন অভিযুক্তক গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষীৰ

ডিব্ৰুগড় আৰক্ষীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰিছে এগৰাকী নাবালিকা ধৰ্ষণত অভিযুক্ত পঞ্চমজন ব্যক্তিক। গ্ৰেপ্তাৰ কৰা লোকজন হৈছে ডিব্ৰুগড় নতুন বস্তি চানমাৰি ঘাটৰ শচীন ৰায়…

অভীক চক্ৰবৰ্তী · June 23, 2020 11:21 pm
অসম

যোৰহাটৰ উপায়ুক্ত কাৰ্য্যালয়ত কণ্টেইনমেণ্ট জ’ন ঘোষণা, কৰ্মচাৰী ক’ভিড পজিটিভ

এগৰাকী কৰ্মচাৰী ক’ভিড-১৯ পজিটিভ চিনাক্ত হোৱাৰ পিছত যোৰহাটৰ উপায়ুক্ত কাৰ্য্যালয়ৰ এক অংশ মঙলবাৰে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে। “ডি চি অ’ফিচৰ এগৰাকী…

স্মিতা ভট্টাচাৰ্য্য · June 23, 2020 10:47 pm
অসম

ক’ভিড-১৯: গুৱাহাটী প্ৰেছ ক্লাবৰ সভাকক্ষ বন্ধ ঘোষণা

ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটী প্রেছ ক্লাবে বুধবাৰৰ পৰা অহা ৭ দিনলৈ সকলো কাৰ্যসূচী বাতিল কৰিছে। প্ৰেছ ক্লাবৰ সভাপতি…

দীপজ্যোতি শৰ্মা · June 23, 2020 9:48 pm
অসম

ক’ভিড-১৯: অসমত আৰোগ্যৰ হাৰ ৬৪.৩%, নতুনকৈ মুক্ত ১৯৭

১৯৭গৰাকী নতুনকৈ ক’ভিড-১৯ মুক্ত ব্যক্তিৰে সৈতে অসমে ৬৪.৩% আৰোগ্যৰ হাৰ মঙলবাৰে স্পৰ্শ কৰিছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী…

এন ই নাও নিউজ · June 23, 2020 7:46 pm
Popular Stories

গুৱাহাটীৰ ১১ টা ৱাৰ্ডত আজিৰে পৰা পুনৰ ল’কডাউন : কি কি ৱাৰ্ডত হ’ব লকডাউন?

গুৱাহাটীৰ ১১ টা ৱাৰ্ডত আজিৰে পৰা পুনৰ ল’কডাউন হ’ব। আজি নিশা ৯ বজাৰ পৰা প্ৰযোজ্য হ’ব এই ল’কডাউন। জিলা উপায়ুক্তই এক সংবাদমেলৰ…

কল্পজ্যোতি শইকীয়া · June 23, 2020 4:11 pm
অসম

নাগালেণ্ডত নতুনকৈ ৫০জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ

নাগালেণ্ডত মঙলবাৰে নতুনকৈ ৫০জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। সোমবাৰে নমুনা পৰীক্ষা কৰা ৩১২জন লোকৰ ভিতৰত এই ৫০জন লোকৰ পজিটিভ পোৱা…

এন ই নাও নিউজ · June 23, 2020 11:30 am
অসম

WHOৰ সকীয়নি: এনেদৰে কৰ’নাক পৰাজিত কৰিব পৰা নাযাব

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই বিশ্বৰ নেতাসকলক কৰ’না ভাইৰাছৰ সংকটৰ সময়ত ৰাজনীতি কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। সংস্থাটোৱে যুদ্ধৰ বিপৰীতে ঐক্যবদ্ধ হোৱাৰ…

এন ই নাও নিউজ · June 23, 2020 10:56 am
Popular Stories

এইবাৰ অসমৰ এগৰাকী বিজেপি বিধায়ক ক’ৰ’নাত আক্ৰান্ত

সাধাৰণ জনতা, স্বাস্থ্যকৰ্মীৰ পিছত এইবাৰ অসমত প্ৰথমগৰাকী জনপ্ৰতিনিধি ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি চাঞ্চল্যকৰ খবৰ আহিছে। নিৰ্ভৰযোগ্য খবৰ অনুসৰি কৰিমগঞ্জৰ পাথাৰকান্দিৰ বিজেপি বিধায়ক…

কল্পজ্যোতি শইকীয়া · June 22, 2020 9:56 pm
অসম

যোৰহাটত যুৱকৰ অবিবেচকী কাণ্ডৰ বাবে কোভিড১৯ত আক্ৰান্ত হ’ল পিতৃ-মাতৃ

যোৱা শনিবাৰে যোৰহাটৰ অৱৰুদ্ধ এলেকা হিচাপে ঘোষিত অঞ্চলত আৰু দুগৰাকী লোকৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱা গৈছে। যোৰহাট জিলাৰ উপায়ুক্তই জনোৱা মতে কিছুদিন…

স্মিতা ভট্টাচাৰ্য · June 22, 2020 3:12 pm