Tag: COVID-19
আন এক সুখৱৰ: কৰ’নাৰ চিকিৎসাৰ বাবে চিপ্লাই মুকলি কৰিলে ‘চিপ্ৰেমি’ দৰৱ
দেশত কৰ’না সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ বাবে সকলো উদ্বিগ্ন হৈ পৰিছে। ইয়াৰ মাজতে ফাৰ্মা কোম্পানী চিপ্লা (CIPLA)ই কৰ’না ভাইৰাছৰ চিকিৎসাৰ বাবে…
ক’ভিড-১৯: অসমত দিনটোত আক্ৰান্ত ৩৩১, মুঠ ৫৫৮৬লৈ বৃদ্ধি
আৰু ১৯৮গৰাকী নতুন ক’ভিড-১৯ পজিটিভ ব্যক্তিৰে সৈতে অসমত মুঠ আক্ৰান্ত দেওবাৰে ৫৫৮৬লৈ বৃদ্ধি পাইছে। নতুনকৈ আক্ৰান্ত সকলৰ জিলা ঠাইৰ নাম উল্লেখ কৰা নাই…
১৯৭২লৈ হ্ৰাস অসমত সক্ৰিয় ক’ভিড ৰোগী, আৰোগ্যৰ হাৰ ৬৩.২%
আৰু ৪৪গৰাকী নতুন ক’ভিড-১৯ মুক্ত ব্যক্তিৰে সৈতে অসমত দেওবাৰে সক্ৰিয় ৰোগী ১৯৭২লৈ হ্ৰাস পাইছে। শেহতীয়াকৈ ক’ভিড-মুক্ত ব্যক্তিসকল কামৰূপ মহানগৰ জিলাৰ। স্বাস্থ্য মন্ত্ৰী…
৩৫০০ৰ দিশে অসমত ক’ভিড আৰোগ্য, সক্ৰিয় ৰোগী ২০১৬
১৫৮গৰাকী নতুন ক’ভিড-১৯ মুক্ত ব্যক্তিৰ সৈতে অসমত মুঠ আৰোগ্য দেওবাৰে ৩৩৬০লৈ বৃদ্ধি পাইছে। নতুনকৈ ক’ভিড-মুক্তসকলক অসমৰ বিভিন্ন অসামৰিক, জিলা আৰু আদৰ্শ চিকিৎসালয়ৰ…
নতুনকৈ ২৪৯জন কোভিড-১৯ পজিটিভ চিনাক্ত; ৰাজ্যত মুঠ কৰ’না আক্ৰান্ত ৫২৫৫জনলৈ বৃদ্ধি
ৰাজ্যখনত শনিবাৰে নিশা নতুনকৈ ২৪৯জন কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছে। সেইদৰে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ৫২৫৫জনলৈ বৃদ্ধি পাইছে। ৰাজ্যখনত সক্ৰিয় কোভিড-১৯ ৰোগীৰ…
১৭৯২লৈ হ্ৰাস অসমত সক্ৰিয় ক’ভিড ৰোগী, নতুনকৈ মুক্ত ১৩৬
১৩৬গৰাকী নতুনকৈ ক’ভিড-১৯ আৰোগ্য ব্যক্তিৰে সৈতে অসমত সক্ৰিয় ৰোগীৰ সংখ্যা শনিবাৰে ১৭৯২লৈ হ্ৰাস পাইছে। অসমৰ বিভিন্ন অসামৰিক, জিলা আৰু আদৰ্শ চিকিৎসালয়ৰ পৰা…
কৰ’নাক লৈ WHOৰ নতুন সতৰ্কবাণী; বিপজ্জনক পৰিস্থিতিত উপনীত হৈছে বিশ্ব
কৰ’না সংক্ৰমণৰ ক্ষিপ্ৰতা আৰু বৃদ্ধি পাইছে। এক বিপজ্জনক পৰিস্থিতিত উপনীত হৈছে বিশ্ব। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই কোভিড-১৯ৰ সংক্ৰমণ সম্পৰ্কে নতুন আশংকাৰ কথা…
ৰাজ্যত ৫০০০ অতিক্ৰম কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা; নতুনকৈ আক্ৰান্ত ১০২ গৰাকী
১০২ গৰাকী নতুনকৈ চিনাক্ত কোভিড-১৯ পজিটিভ ব্যক্তিৰ সৈতে অসমত শুকুৰবাৰে মুঠ আক্ৰান্তৰ ৫০০৬ লৈ বৃদ্ধি পাইছে। কোন ঠাইৰ কিমানগৰাকী আক্ৰান্ত হৈছে সেয়া…
ভাল খবৰ: দিনটোত এতিয়ালৈকে অসমত নাই নতুন ক’ভিড আক্ৰান্ত, ৩০০০ অতিক্ৰম আৰোগ্যৰ
ৰাজ্যত দিনক দিনে বাঢ়ি গৈছিল ক‘ৰ‘ণা আক্ৰান্ত ৰোগীৰ সংখ্যা। তাৰ মাজতে আজি কিছু ব্যতিক্ৰম, কিয়নো বৰ্তমানলৈকে আক্ৰান্ত হোৱা নাই ক‘ৰ‘ণা আক্ৰান্ত। তাৰ…
অসমত একেদিনাই সম্পন্ন বাৰ হাজাৰৰো অধিক ক’ভিড টেষ্ট
অসমত শুকুৰবাৰৰ দিনটোত একেদিনাই ক’ভিড-১৯ৰ বাৰ হাজাৰৰো অধিক টেষ্ট সম্পন্ন হৈছে, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে কয়। বৃহৎসংখ্যক টেষ্ট সম্পন্ন কৰা…