Tag: নিৰ্বাচন ২০১৯
নগাঁৱত ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ প্ৰায় ১৫ লাখ টকা
ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ মাজতে বিভিন্ন স্থানৰ পৰা ফ্লায়িং স্কোৱাডে অভিযান চলাই ব্যাপক হাৰত ধন জব্দ কৰিবলৈ সক্ষম হৈছে।…
যিকোনো মুহূৰ্ততে কংগ্ৰেছত যোগ দিব অখিল গগৈয়ে?
এপষেকৰ আগলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্ব দিয়া হিৰণ্য পাঠৰিৰ মুখত অখিল গগৈৰ বিৰুদ্ধে এতিয়া এটাৰ…
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক্ক্ষণত কেইবা লক্ষাধিক টকা জব্দ আৰক্ষীৰ
দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰাক্ক্ষণত সোমবাৰে নিশাৰ ভাগত অসম আৰক্ষীয়ে ৰাজ্যখনৰ কেবাটাও স্থানৰ পৰা কেইবা লক্ষাধিক টকা জব্দ কৰিবলৈ সক্ষম হয়। নিৰ্বাচনত…
বতৰৰ বিধি পথালি : আজি বিয়লি অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ
ৰঙালী বিহুৰ উলাহৰ মাজতে সপ্তমত উঠা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ আজি অন্ত পৰিব। আজি বিয়লি ৫ বজাৰ লগে লগে এই প্ৰচাৰ…
‘খিলঞ্জীয়া লোকক বচাবলৈ বিজেপিক ভোট দিয়ক’-হিমন্ত বিশ্ব শৰ্মা
ৰাজ্যখনৰ বিত্ত মন্ত্ৰী তথা বিজেপি নেতা ড০ হিমন্ত হিশ্ব শৰ্মাই মঙলদৈৰ খিলঞ্জীয়া ভোটাৰসকলক তেওঁলোকৰ নতুন প্ৰজন্মৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বিজেপি প্ৰাৰ্থীগৰাকীক…
য়ু পি পি এলৰ প্ৰাৰ্থীক পূৰ্ণ সমৰ্থন সদৌ বিটিচি এচ চি ছাত্ৰ সন্থা আৰু জাতীয় পৰিষদৰ
সদৌ বিটিচি এচ চি ছাত্ৰ সন্থা আৰু সদৌ বিটিচি এচ চি জাতীয় পৰিষদে লোকসভা নিৰ্বাচনত ৫ নং কোকৰাঝাৰ সমষ্টিৰ য়ু পি পি…
আল্লিয়াত ভুৱনেশ্বৰ কলিতাৰ হৈ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ নিৰ্বাচনী প্ৰচাৰ
ৰাজ্যত দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত আজি নলবাৰী জিলাৰ আল্লিয়াত মঙলদৈ সমষ্টিৰ কংগ্ৰেছ…
পিয়াহৰ পানী টুপিৰ বাবে এইখন অসমতে পাহাৰৰ ফোঁৱাৰাৰ পানী সংগ্ৰহ কৰিছে গাঁৱবাসীয়ে
জীয়াই থকাৰ বাবে মানুহৰ অতি প্ৰয়োজনীয় এক উপাদান হৈছে পানী। কিন্তু অসমৰে ডিমা হাচাও জিলাৰ ছেমখোৰ গাঁৱৰ বাসিন্দাসকলে পিয়াহৰ পানী টুপিৰ বাবেও…
কেমেৰাত ধৰা পৰিল আৰক্ষী বিষয়াক বিজেপি প্ৰাৰ্থীয়ে দিয়া হত্যাৰ ভাবুকি!
পশ্চিম ত্ৰিপুৰা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰতিমা ভৌমিকে যোৱা ১১ এপ্ৰিলত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোটগ্ৰহণত ব্যাপক ৰিগিং আৰু হিংসাৰ সৈতে জড়িত থকাৰ…
প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিজয় নিশ্চিত : বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী
কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ কালি অৰ্থাৎ ১৪ এপ্ৰিলৰ দিনা চিৰাং জিলাৰ বিজনী শিলবাৰী আৰু বেংতলত প্ৰচাৰ চলায় হাগ্ৰামা…