• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাতৃভক্তিঃ নিজ শৰীৰৰ ছালেৰে জোতা বনাই মাতৃক উপহাৰ পুত্ৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 22, 2024 7:49 pm
man gets mother footwear made from his skin
16.2k
VIEWS
Share on FacebookShare on Twitter

এক আশ্চৰ্যকৰ উপহাৰেৰে মাতৃভক্তিৰ চমকিত নিদৰ্শন দাঙি ধৰিছে এজন ব্যক্তিয়ে। ৰামায়ণৰ শিক্ষাৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই ব্যক্তিজনে মাতৃক দিয়া উপহাৰৰ খবৰে আশ্চৰ্যচকিত কৰি তুলিছে সকলোকে।

চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা এই ব্যক্তিজনৰ নাম ৰৌনাক গুৰজাৰ। মধ্যপ্ৰদেশৰ এই ব্যক্তিজনে মহাকাব্য ৰামায়ণৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিজৰ উৰুৰ ছালৰ এটা অংশ ব্যৱহাৰ কৰি জোতা তৈয়াৰ কৰি মা্তৃক উপহাৰ দিয়ে।

লক্ষণীয়ভাৱে এসময়ত আৰক্ষীয়ে ভৰিত গুলীচালনা কৰিছিল ৰৌনাক গুৰজাৰক। কিন্তু এতিয়া সেই অতীতৰ কাহিনীৰ পৰিৱৰ্তে শেহতীয়া কাৰ্যৰ বাবেহে ৰৌনাকচৰ্চিত হৈ পৰিছে।   

ৰৌনাকে প্ৰকাশ কৰা মতে তেওঁ নিয়মিতভাৱে ৰামায়ণ পাঠ কৰে আৰু ভগৱান ৰামৰ চৰিত্ৰৰ দ্বাৰা তেওঁ গভীৰভাৱে প্ৰভাৱিত। তেওঁ নিজ কাৰ্য সন্দৰ্ভত ৰামায়ণৰে এক উদ্ধৃতি দাঙি ধৰে।

“ভগৱান ৰামে নিজেই কৈছিল যে নিজৰ ছালৰ পৰা চেণ্ডেল বনোৱাটোও মাতৃৰ বাবে যথেষ্ট নহয়। গতিকে, এই ধাৰণাটো মোৰ মনলৈ আহিল, আৰু মই সিদ্ধান্ত লৈছিলো যে মোৰ ছালৰ পৰা জোতা বনাই মাক উপহাৰ দিম।”-ৰৌনাকে কয়।

তেওঁ চিকিৎসালয় এখনত অস্ত্ৰোপচাৰ কৰি ছালখন আঁতৰাই পেলায় আৰু তাৰ পিছত জোতা বনোৱাৰ উদ্দেশ্যে লৈ যায়। নিজৰ এই সিদ্ধান্তৰ বিষয়ে ৰৌনাকে পৰিয়ালক অৱগত কৰা নাছিল।

ইয়াৰ পিছতে ১৪ৰ পৰা ২১ মাৰ্চৰ ভিতৰত নিজৰ ঘৰৰ সমীপত আয়োজিত এক ভাগৱত অনুষ্ঠানৰ সময়ত মাতৃক জোতাযোৰ উপহাৰ দিয়ে ৰৌনাকে।

ৰৌনাকৰ এনে অভূতপূৰ্ব ত্যাগৰ দৃশ্যই সেই স্থানত উপস্থিত সকলোকে জোকাৰি যায়। সকলো হৈ পৰে ভাবুক। এই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd