• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তিনি সন্তানসহ ৰাজপথত ভিক্ষাবৃত্তিত ‘ধনৱান’ মহিলাৰঃ ৪৫ দিনত আয় ২.৫ লাখ টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 14, 2024 12:28 pm
Woman Earns ₹ 2.5 Lakh In 45 Days
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

অৰ্থনৈতিক দিশৰ পৰা যথেষ্ট সবল এগৰাকী মহিলা। ইয়াৰ পিছতো মহিলাগৰাকীয়ে অধিক ধন উপাৰ্জনৰ বাবে গ্ৰহণ কৰিলে এক আজৱ পন্থা। নিজৰ তিনি সন্তানক ভিক্ষাবৃত্তিত নিয়োগ কৰিলে মহিলাগৰাকীয়ে।

মধ্য প্ৰদেশত ঘটিছে এই আচৰিত কাৰ্য। ইন্দোৰৰ ৰাজপথত নিজৰ আঠ বছৰীয়া কন্যা আৰু দুই পুত্ৰ সন্তানক ভিক্ষা খুজিবলৈ বাধ্য কৰাই মাত্ৰ ৪৫ দিনতে ২.৫ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৪০ বছৰীয়া মহিলাগৰাকী।

মহানগৰীত ভিক্ষাৰ লগত জড়িত প্ৰায় ১৫০ জনীয়া এটা দলৰ অংশ এই মহিলাগৰাকী। লক্ষণীয়ভাৱে তেওঁৰ পৰিয়াল আকৌ ৰাজস্থানত পৰ্যাপ্ত মাটি আৰু এটা দুমহলীয়া ঘৰৰ মালিক বুলি দাবী কৰিছে এটা বেচৰকাৰী সংস্থাই।

ইন্দ্ৰ বাই নামৰ এই মহিলাগৰাকীক শেহতীয়াকৈ ইন্দোৰ-উজ্জয়িন পথত ভিক্ষা খুজি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে প্ৰশাসনে। তেওঁৰ হাতত ১৯,২০০ টকা নগদ ধন লাভ কৰা বুলি প্ৰশাসনে জানিবলৈ দিয়ে।

পাঁচটা সন্তানৰ মাতৃ মহিলাগৰাকীয়ে আঠ বছৰীয়া কন্যাকে ধৰি তিনিটা সন্তানক চহৰৰ ৰাজপথত ভিক্ষা খুজিবলৈ বাধ্য কৰাইছিল। আনহাতে তেওঁৰ আন দুটা সন্তান ৰাজস্থানত থকা বুলি জানিব পৰা গৈছে।

ইন্দোৰক ভিক্ষাৰীমুক্ত চহৰ হিচাপে গঢ়ি তুলিবলৈ প্ৰশাসনৰ সৈতে কাম কৰ প্ৰবেশ নামৰ এটা বেচৰকাৰী সংগঠনে ইন্দ্ৰ বাইৰ কন্যা সন্তানটিক উদ্ধাৰ কৰি শিশু কল্যাণ সমিতিৰ তত্বাৱধানৰ বাবে প্ৰেৰণ কৰে।

আনহাতে ভিক্ষাবৃত্তিত নিয়োজিত আন দুই পুত্ৰ সন্তানে বেচৰকাৰী সংগঠনটোৰ দলটোক দেখাৰ লগে লগে পলায়ন কৰে বুলি সংগঠনটোৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।

সংগঠনটোৱে ইন্দ্ৰৰ এনে কাৰ্য ধৰা পেলোৱাৰ পিছত তেওঁ সংগঠনৰ এগৰাকী মহিলা কৰ্মীৰ সৈতে কাজিয়াত লিপ্ত হোৱা বুলি অভিযোগ উঠিছে। ইয়াৰ পিছতে তেওঁক চি আৰ পি চিৰ ১৫১ নং ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়।

ইফালে ইন্দ্ৰই জানিবলৈ দিয়া মতে, যোৱা ৪৫ দিনত তেওঁ নিজে আৰু তিনি সন্তানে মিলি ভিক্ষা কৰি ২.৫ লাখ টকা দানত উপাৰ্জন কৰিছিল। ইয়াৰে ১ লাখ টকা তেওঁ শহুৰেকলৈ প্ৰেৰণ কৰিছিল।

আনহাতে নিজা বেংক একাউণ্টত ৫০,০০০ জমা কৰাৰ বিপৰীতে আৰু ফিক্সড ডিপ’জিট আঁচনিত ৫০,০০০ টকা বিনিয়োগ কৰিছিল বুলি তেওঁ উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd