• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰী চাকৰিয়ালে কৰ্মক্ষেত্ৰত পিন্ধিব নোৱাৰিব জীনছ, টি-শ্বাৰ্ট আৰু শ্লিপাৰ; কোনে দিলে নিৰ্দেশনা?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2020 11:49 am
1112202018529514

প্ৰতিনিধিত্বমূলক ফটো।

372
VIEWS
Share on FacebookShare on Twitter

চৰকাৰী কৰ্মচাৰীৰ বাবে পোছাক-পৰিচ্ছদত সংস্কাৰ আনিছে এইখন চৰকাৰে। এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে কৰ্মক্ষেত্ৰত জীনছ, টি-শ্বাৰ্ট নাইবা শ্লিপাৰ পিন্ধি যাব নোৱাৰিব।

এন এক কঠোৰ নিৰ্দেশ জাৰি কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। লগতে চৰকাৰে সপ্তাহত এদিন খাদী পোছাক পৰিধান কৰাৰো পৰামৰ্শ দিয়া হৈছে।

ইমান দিনে চৰকাৰী কাৰ্যালয়ত নিৰ্দ্ধাৰিত পোছাক পৰিধান কৰি অহাৰ তেনে কোনো নিয়ম নাছিল। কিন্তু এইবাৰ উদ্ধৱ থাকৰে চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিলে।

যোৱা ৮ ডিচেম্বৰত চৰকাৰখনৰ প্ৰশাসনৰ ফালৰ পৰা দিয়া এক বিজ্ঞপ্তিত কোৱা হৈছে যে চুক্তিভিত্তিক কৰ্মচাৰী তথা চৰকাৰী কামৰ বাবে নিযুক্তি দিয়া পৰামৰ্শদাতাসকলে বহুসময়ত কৰ্মক্ষেত্ৰলৈ এনে পোছাক পৰিধান কৰি আহে যিটো অত্যন্ত দৃষ্টিকটু হিচাপে ধৰা দিয়ে।

চৰকাৰী কৰ্মচাৰীসকলক এনে পোছাকত শোভা নাপায়। সৰ্বসাধাৰণৰ মনত ইয়াৰ দ্বাৰা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। সেয়েহে, কৰ্মক্ষেত্ৰত জীনছ, টি-শ্বাৰ্ট পৰিধান কৰি অহাত কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে।

নতুন নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা মহিলা চৰকাৰী কৰ্মচাৰীসকলৰ শাৰী, ছেলোৱাৰ, চুৰিদাৰ-কুৰ্তা, অথবা ট্ৰাউজাৰৰ সৈতে কুৰ্তা বা ষ্বাৰ্ট পৰিধান কৰিব পাৰিব। ইয়াৰ লগত তেওঁলোকে প্ৰয়োজনবোধে উড়না ব্যৱহাৰ কৰিব পাৰিব।

সেইদৰে বেছি ৰঙীণ পোছাক বা জকমকীয়া ছবি থকা পোছাকো পৰিধান কৰিব নোৱাৰিব। কৰ্মক্ষেত্ৰত শ্লিপাৰ পিন্ধি অহাটোও নিষিদ্ধ কৰা হৈছে।

মহিলাসকলে ছেণ্ডেল বা জোতা পিন্ধিহে কৰ্মক্ষেত্ৰলৈ আহিব পাৰিব। সেইদৰে পুৰুষ কৰ্মচাৰীসকলকো জোতা বা ছেণ্ডেল পৰিধান কৰাৰ অনুমতি দিয়া হৈছে।

আনহাতে, দেশীয় বস্ত্ৰ খাদীৰ প্ৰচাৰৰ বাবে সপ্তাহৰ প্ৰতি শুকুৰবাৰে খাদী পোছাক পৰিধান কৰি অহাৰ নিৰ্দেশ দিয়া হৈছে। সকলোকে মাৰ্জিত পোছাক পৰিধান কৰি আহিবলৈ নিৰ্দেশনা দিয়া হৈছে।

Recent News

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd