• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইলেক্ট্ৰিক বাহন জগতত খলকনি! বজাৰত মহিন্দ্ৰাৰ ‘BE 6e’

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 29, 2024 3:54 pm
126
VIEWS
Share on FacebookShare on Twitter

নতুন ‘বি ই’ চাব ব্ৰেণ্ডৰ অধীনত মহিন্দ্ৰাৰ প্ৰথমখন ইভি বি ই ৬ই মুকলি কৰা হৈছে।

এই গাড়ীখনত আঠটা ৰঙৰ বিকল্প পোৱা যায়: টেংগো ৰেড, ডেজাৰ্ট মিষ্ট, এভাৰেষ্ট হোৱাইট চেটিন, ফায়াৰষ্টৰ্ম অৰেঞ্জ, ডেজাৰ্ট মিষ্ট চেটিন, হোৱাইট মিষ্ট চেটিন, ডিপ ফৰেষ্ট, আৰু নাপোলি ব্লেক উল্লেখযোগ্য।

ইয়াত আছে পেনোৰামিক ছানৰুফ, মাল্টি-জোন এচি, বেতাঁৰ ফোন চাৰ্জাৰ, আৰু ছেগমেণ্ট-ফাৰ্ষ্ট অগমেণ্টেড ৰিয়েলিটি (এ আৰ) ভিত্তিক হেডছ-আপ ডিছপ্লে।

ছেফটি ছুইটত আছে ৭টা এয়াৰবেগ, ইলেক্ট্ৰনিক পাৰ্কিং ব্ৰেক, আৰু এডিএএছ।

মহিন্দ্ৰাই দুটা বেটাৰী পেক – ৫৯ কিলোৱাট ঘণ্টা/ ৭৯ কিলোৱাট ঘণ্টা – ৬৮২ কিলোমিটাৰ পৰ্যন্ত এমআইডিচি ৰেঞ্জৰ দাবী কৰিছে।

দাম ১৮.৯০ লাখ টকাৰ পৰা আৰম্ভ হ’ব৷

Recent News

চিবিআইৰ ওপৰত আস্থা হেৰুৱাইছে আৰজিকৰ কাণ্ডৰ ভুক্তভোগীৰ অভিভাৱকে! নতুন তদন্তকাৰী সংস্থাৰ দাবী

চিবিআইৰ ওপৰত আস্থা হেৰুৱাইছে আৰজিকৰ কাণ্ডৰ ভুক্তভোগীৰ অভিভাৱকে! নতুন তদন্তকাৰী সংস্থাৰ দাবী

১৪ বছৰ পাকিস্তানৰ জে’লত বন্দী ভাৰতীয় যুৱকঃ ৰাখী পিন্ধিব নোৱাৰাৰ আক্ষেপ ভগ্নীৰ

১৪ বছৰ পাকিস্তানৰ জে’লত বন্দী ভাৰতীয় যুৱকঃ ৰাখী পিন্ধিব নোৱাৰাৰ আক্ষেপ ভগ্নীৰ

দাম্পত্য কন্দলৰ চৰম পৰিণতি! পত্নী আৰু দুই সন্তানক হত্যা কৰি পলায়ন যুৱকৰ

দাম্পত্য কন্দলৰ চৰম পৰিণতি! পত্নী আৰু দুই সন্তানক হত্যা কৰি পলায়ন যুৱকৰ

সংবাদ মাধ্যমৰ স্বাধীনতাক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ! ধৰ্মস্থলত “গণ সমাধি” সন্দৰ্ভত মুক্তভাৱে প্ৰতিবেদন দিব পাৰে সংবাদ মাধ্যমে!

সংবাদ মাধ্যমৰ স্বাধীনতাক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ! ধৰ্মস্থলত “গণ সমাধি” সন্দৰ্ভত মুক্তভাৱে প্ৰতিবেদন দিব পাৰে সংবাদ মাধ্যমে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd