• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২৪ সপ্তাহৰ পিছতো গৰ্ভপাত কৰিব পাৰিব গৰ্ভৱতী নাৰীয়ে!; লোকসভাৰ পিছতে ৰাজ্যসভাতো গৃহীত হ’ল বিল

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2021 8:25 pm
1800x1200_pregnant_woman_2_other
505
VIEWS
Share on FacebookShare on Twitter

মেডিকেল টাৰ্মিনেশ্যন অৱ প্ৰেগনেঞ্চি(এমেণ্ডমেন্ট)বিল, ২০২০ গৃহীত হৈছে ৰাজ্যসভাত।

মংগলবাৰে সংসদৰ উচ্চ সদনত গৃহীত হোৱাৰ লগে লগে ২০ সপ্তাহলৈকে কোনো গৰ্ভৱৰ্তী নাৰীয়ে সহজতে গৰ্ভপাত কৰাৰ পথ মুকলি হৈছে।

আনহাতে বিধেয়কখনৰ সংশোধনীৰ মতে গৰ্ভৱতীৰ ভ্ৰূণৰ অস্বাভাৱিকতাৰ ক্ষেত্ৰত এই গৰ্ভপাতৰ ম্যাদ ২৪ সপ্তাহলৈকে বৃদ্ধি কৰিব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্যসমূহক ৰাজ্যিক পৰ্যায়ৰ চিকিৎসা ব’ৰ্ড গঠনৰ ব্যৱস্থা কৰা হৈছে আৰু এই ব’ৰ্ডে গৰ্ভপাত কৰিব পাৰিব নে নাই তাৰ সিদ্ধান্ত গ্ৰহণ কৰিব।

উল্লেখ্য যে এই বিধয়েকখন যোৱা বৰ্ষৰ মাৰ্চ মাহতে লোকসভাত গৃহীত হৈছিল।

“বিধেয়কখন ৰাজ্যসভাৰ নিৰ্বাচিত সমিতিলৈ প্ৰেৰণ কৰাৰ দাবী ধ্বনি ভোটত পৰাস্ত হৈছে, অন্য কিছুমান সংশোধনী প্ৰস্তাৱেৰে বিধেয়কখন গৃহীত হৈছে।” ৰাজ্যসভাৰ উপাধক্ষ্য হৰিবংশ নাৰায়ণ সিঙে কয়।

স্মৰ্তব্য যে এই বিধেয়কখনে গৰ্ভপাত কৰাৰ সময় বৃদ্ধি কৰিছে। বৰ্তমান গৰ্ভপাতৰ বাবে এজন চিকিৎসকৰ পৰামৰ্শ বা মতামতৰ প্ৰয়োজন হয় আৰু গৰ্ভধাৰণৰ ১২ সপ্তাহৰ ভিতৰতহে গৰ্ভপাত কৰা হয়। কিন্তু এই বিধেয়কখনৰ মতে ১২ৰ পৰা ২০ সপ্তাহলৈ ইয়াৰ সময় বৃদ্ধি কৰাৰ লগতে দুজন চিকিৎসকৰ মতামতৰ প্ৰয়োজন হ’ব।

ইফালে বিধেয়কখনে ২০ সপ্তাহলৈকে এজন চিকিৎসক আৰু ২০ ৰপৰা ২৪ সপ্তাহৰ ভিতৰত কিছুমান বিশেষ শ্ৰেণীৰ মহিলাৰ ক্ষেত্ৰত দুজন চিকিৎসকৰ পৰামৰ্শত গৰ্ভপাত কৰাৰ অনুমতি প্ৰদান কৰিব।

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি মহিলাৰ ক্ষতি কৰা কোনো আইন নিৰ্ধাৰণ নকৰো। এয়া কৰা হৈছে মহিলাসকলৰ সন্মান ৰক্ষা আৰু সুৰক্ষিত কৰাৰ বাবে।” বিধেয়কখন ৰাজ্যসভাত গৃহীত হোৱাৰ পিছতে কেন্দ্ৰী স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে কয়।

Recent News

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd