• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আঠ দিন ধৰি ঘৰত বন্দী কৰি ৰাখি মহিলাক ধৰ্ষণ! পুনৰ অভিযোগৰ কেন্দ্ৰ উত্তৰ প্ৰদেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2022 10:32 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

193
VIEWS
Share on FacebookShare on Twitter

অভিযোগ অনুসৰি উত্তৰ প্ৰদেশৰ চাংগাৰী আৰক্ষী থানা অঞ্চলত এগৰাকী মহিলাক ঘৰলৈ লৈ গৈ আঠ দিন ধৰি বন্দী কৰি ৰাখি ধৰ্ষণ কৰা হৈছিল। মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে আৰক্ষীয়ে অভিযোগ লোৱাৰ ক্ষেত্ৰত হেমাহি দেখুৱাইছিল। শেষত তেওঁ আদালতলৈ যায়।

শেহতীয়াকৈ উত্তৰ প্ৰদেশত দুগৰাকী দলিত কন্যাক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উঠিছে। তাৰ মাজতে পোহৰলৈ আহিছে এই ঘটনা।

লগতে পঢ়ক: ষ্টেডিয়ামৰ পিছত আহমেদাবাদত এইবাৰ নৰেন্দ্ৰ মোডীৰ নামেৰে মেডিকেল কলেজ

বাতৰি অনুসৰি, অজয়পাল বাৰ্মা নামৰ এজন যুৱকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীৰ সূত্ৰ মতে অভিযুক্তগৰাকী মহিলাগৰাকীৰ পূৰ্ব পৰিচিত।

 বৃহস্পতিবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে যে মহিলাগৰাকীয়ে ১৫ জুনত গৌহানিয়া ৰে’ল ক্ৰছিঙৰ ওচৰত পাচলি কিনিবলৈ গৈছিল। সেই সময়ত তেওঁ বাটতে অভিযুক্ত যুৱকজনক লগ পাইছিল।

ইয়াৰ পিছত যুৱকজনে মহিলাগৰাকীক বাইকত উঠাই লৈ ঘৰলৈ গৈছিল। এইটো অভিযোগ কৰা হৈছে যে মহিলাগৰাকীক ঘৰলৈ লৈ যোৱা হৈছিল আৰু আঠ দিন ধৰি বন্দী কৰি ৰাখি ধৰ্ষণ কৰা হৈছিল।

লগতে পঢ়ক: অসমৰ ৮ টা আদিবাসী সংগঠনৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কেন্দ্ৰৰ; ১ হাজাৰ কোটিৰ পেকেজ ঘোষণা

নিৰ্যাতিতা মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে যুৱকজনৰ কবলৰ পৰা বাচিবলৈ চেষ্টা কৰিলে তেওঁক মৃত্যুৰ ভাবুকি দিছিল অভিযুক্তই।

মহিলাগৰাকীৰ মাতৃয়ে পিছত তেওঁক অভিযুক্তৰ ঘৰৰ পৰা উদ্ধাৰ কৰে। আৰক্ষীৰ সূত্ৰই দাবী কৰা মতে মহিলাগৰাকীৰ মাতৃ অভিযুক্ত যুৱকজনৰ পৰিচিত। আৰক্ষীয়ে দাবী কৰে যে আঠ দিন ধৰি ঘৰলৈ উভতি নহাৰ পিছতো মহিলাগৰাকীৰ পৰিয়ালে সন্ধানহীন হোৱাৰ কোনো অভিযোগ দাখিল কৰা নাছিল।

লগতে পঢ়ক: গুয়াতেমালাত স্বাধীনতা দিৱসৰ সংগীতানুষ্ঠানত পদপিষ্ট হৈ ৯ জন নিহত; আহত কমেও ২০জন

ইপিনে, নিৰ্যাতিতা মহিলাগৰাকীৰ অভিযোগ যে তেওঁ অভিযোগ দাখিল কৰিবলৈ স্থানীয় আৰক্ষী থানালৈ গৈছিল যদিও আৰক্ষীয়ে অভিযোগ লোৱা নাছিল। সেয়ে তেওঁ আদালতৰ দ্বাৰস্থ হয়।

Recent News

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd