• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাণৰ বিষত ৰ’ব পৰা নাছিল মানুহজন; ওলাল কাণৰ ভিতৰত বাস কৰা প্ৰকাণ্ড পঁইতাচোৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 7, 2019 8:43 pm
pest-identification-american-cockroach-3

প্ৰতিনিধিত্বমূলক ফটো

35k
VIEWS
Share on FacebookShare on Twitter

কাণৰ ভিতৰত তীব্ৰ বিষ অনুভৱ কৰি সাৰ পাই উঠাৰ পাছত মানুহজনে বৰ অস্বস্তিত অনুভৱ কৰিব ধৰিলে। তেওঁ নিৰৱিছিন্ন সুৰসুৰণি এটা অনুভৱ কৰিছিল।

মানুহজনে কাণৰ ভিতৰত কি হৈছে পৰিয়ালৰ লোকক কাণত পোহৰ পেলাই চাবলৈ ক’লে। মানুহজনৰ যন্ত্ৰণাৰ কাৰণ বিচাৰি পালে। কাণৰ ভিতৰত বাস কৰি আছিল এটা প্ৰকাণ্ড পঁইতাচোৰাই।

ঘটনাটো চীনৰ। ফক্স নিউজে প্ৰকাশ কৰা বাতৰি অনুসৰি, এল ভি বুলি চিনাক্ত কৰা লোকজনে তেওঁৰ কাণৰ ভিতৰত বসবাস কৰি আতংকিত কৰা প্ৰাণীটোক এসেকা দিবলৈ চিকিৎসকৰ কাষ চাপে।

চিকিৎসকজনে পৰীক্ষা কৰি আৱিষ্কাৰ কৰে যে মানুহজনৰ কাণৰ ভিতৰত এটা নহয় পঁইতাচোৰাৰ এটা পৰিয়ালেই বাস কৰি আছে। কমেও ১০টা পঁইতাচোৰাৰ  পোৱালি ভিতৰত দৌৰাফিৰা কৰি আছে।

এল ভিক পৰীক্ষা কৰা ডাঃ ঝং য়িজিনে “এছিয়া ৱেৰ’ক কয়,’’তেওঁৰ কাণখনৰ ভিতৰত বহু আঁচোৰা বা চুচুৰি যোৱাৰ দৰে আঘাত আছে। ই বহুত অস্বস্তিৰ সৃষ্টি কৰে।‘’

ডাঃ য়াজিনে প্ৰথমতে এটা টুইজাৰেৰে “পোৱালি’ কেইটাক বাহিৰলৈ উলিয়াই আনে আৰু তাৰপাছত একে পদ্ধতিৰে পঁইতাচোৰাৰ “মাক’ টোক উলিয়াই আনে।

এল ভি বৰ্তমান সুস্থ হৈছে আৰু ক্লিনিকৰ পৰা যাবলৈ দিয়া হৈছে। চিকিৎসগৰাকীয়ে আঙুলিয়াই দিয়ে যে সম্ভৱত: মানুহজনে আধাখোৱা খাদ্য তেওঁৰ শোৱা ঠাইৰ কাষত ৰখাৰ বাবেই সমস্যাটো হ’ব পাৰে।

Recent News

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

দুই মহাৰথীৰ যুঁজত কম্পন আমেৰিকাত! ট্ৰাম্পেতো কৈয়েই দিলে ‘মাস্কৰ সৈতে সম্পৰ্ক শেষ’

দুই মহাৰথীৰ যুঁজত কম্পন আমেৰিকাত! ট্ৰাম্পেতো কৈয়েই দিলে ‘মাস্কৰ সৈতে সম্পৰ্ক শেষ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd