• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আহমেদাবাদৰ অভিশপ্ত বিমান দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰিল এজন ব্যক্তিৰ; তেওঁ বহিছিল ১১এ নম্বৰ আসনত

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 13, 2025 6:56 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত চৌদিশে শোকে ছানি ধৰাৰ সময়তে এজন যাত্ৰী জীয়াই থকাৰ খবৰে কিছু স্বস্তি কঢ়িয়াই আনিছে। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ১১এ নম্বৰ ছিটত বহি থকা যাত্ৰীজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। তেওঁৰ নাম ৰমেশ বিশ্বাস কুমাৰ বুলি জানিব পৰা গৈছে।

আহমেদাবাদৰ আৰক্ষী আয়ুক্ত জি এছ মালিকে সংবাদ সংস্থাক কয় যে, “১১এ চিটত বহি থকা এজন যাত্ৰীক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। বৰ্তমান তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। কিমানজনৰ মৃত্যু হৈছে সেয়া এতিয়াও নিশ্চিতভাৱে কোৱা সম্ভৱ নহয়। যিহেতু বিমানখন জনাঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হৈছে, সেয়েহে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে।”

বৃহস্পতিবাৰে দিনৰ ১:৩৮ বজাত আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰা মাৰিছিল বিমানখন। ব্ৰিটেইনৰ গেটৱিক বিমানবন্দৰ অভিমুখে গৈছিল। কিন্তু উৰণৰ পাঁচ মিনিটৰ ভিতৰতে গুজৰাটৰ মেঘনী নগৰৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয়।

বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বহুমহলীয়া অট্টালিকাটো হৈছে বি জে মেডিকেল কলেজৰ মেডিকেল ষ্টুডেন্ট হোষ্টেল। সেই হোষ্টেলত প্ৰায় ৫০ জন চিকিৎসক বাস কৰে বুলি স্থানীয় লোকে দাবী কৰে।

চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, বিমান দুৰ্ঘটনাত সেই হোষ্টেলৰ পাঁচজন চিকিৎসকৰ মৃত্যু হয়। এয়াৰ ইণ্ডিয়াই জনোৱা মতে, বিমানত থকা ২৪২ জন লোকৰ ভিতৰত ২৩০ জন যাত্ৰী। বাকী ১২ জন আছিল ক্ৰু বা কৰ্মচাৰী। যাত্ৰীসকলৰ ভিতৰত ৫৩জন ব্ৰিটিছ, ৭জন পৰ্তুগীজ নাগৰিক আৰু ১৬৯জন ভাৰতীয়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টি-২০ত ইংলেণ্ডৰ ৩০৪ ৰান! ৬০টা বলত অপৰাজিত ১৪১ ৰান ছল্টৰ, গঢ়িলে কমেও ২৮টা অভিলেখ

টি-২০ত ইংলেণ্ডৰ ৩০৪ ৰান! ৬০টা বলত অপৰাজিত ১৪১ ৰান ছল্টৰ, গঢ়িলে কমেও ২৮টা অভিলেখ

September 13, 2025 8:56 am
দেশতেই নিৰ্মাণ হ’ব ১১৪খন ৰাফেল : ২ লাখ কোটি টকাৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথত ভাৰত

দেশতেই নিৰ্মাণ হ’ব ১১৪খন ৰাফেল : ২ লাখ কোটি টকাৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথত ভাৰত

September 13, 2025 8:51 am
কংগোৰ খবৰ : দুটাকৈ ভয়ংকৰ নাও দুৰ্ঘটনাত সলিল সমাধি ১৯৩ গৰাকীৰ

কংগোৰ খবৰ : দুটাকৈ ভয়ংকৰ নাও দুৰ্ঘটনাত সলিল সমাধি ১৯৩ গৰাকীৰ

September 13, 2025 8:17 am
মেঘালয়ৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ ৯২ বছৰ বয়সত দেহাৱসান

মেঘালয়ৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ ৯২ বছৰ বয়সত দেহাৱসান

September 13, 2025 8:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টি-২০ত ইংলেণ্ডৰ ৩০৪ ৰান! ৬০টা বলত অপৰাজিত ১৪১ ৰান ছল্টৰ, গঢ়িলে কমেও ২৮টা অভিলেখ

টি-২০ত ইংলেণ্ডৰ ৩০৪ ৰান! ৬০টা বলত অপৰাজিত ১৪১ ৰান ছল্টৰ, গঢ়িলে কমেও ২৮টা অভিলেখ

September 13, 2025 8:56 am
দেশতেই নিৰ্মাণ হ’ব ১১৪খন ৰাফেল : ২ লাখ কোটি টকাৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথত ভাৰত

দেশতেই নিৰ্মাণ হ’ব ১১৪খন ৰাফেল : ২ লাখ কোটি টকাৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথত ভাৰত

September 13, 2025 8:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd