• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এসময়ত ৰেল ষ্টেচনত যাত্ৰীৰ জোতা পলিচ কৰিছিল আৰু ৩৫ বছৰৰ পাছত হৈ পৰিল সেই ষ্টেচনৰে মেনেজাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2025 1:22 pm
411
VIEWS
Share on FacebookShare on Twitter

পৰিয়াল পোহপাল দিবলৈ আজিৰ প্ৰতিবেদনৰ নায়কে ৰেল ষ্টেচনত বহি যাত্ৰীৰ জোতা পলিচ কৰিছিল।আৰু ৩৫ বছৰৰ পাছত ৰে’লৱে বিষয়া হিচাপে একেটা ষ্টেচনলৈ উভতি আহে। গজে সিঙৰ কাহিনীয়ে আনকি ‘ৰিল লাইফ’কো প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব।

তেখেতৰ সম্পূৰ্ণ নাম গজে সিংহা। যাত্ৰীসকলৰ বাবে গজু নামেৰেও তেখেত জনপ্ৰিয়। গজু ৰাজস্থানৰ বাসিন্দা।তেওঁ সৰুৰে পৰা পৰিয়ালত দৰিদ্ৰতা আৰু কষ্টৰ সাক্ষী হৈ ডাঙৰ হৈছিল। পিতৃ-মাতৃ আৰু আঠজন ভাই-ভনীৰ এটা পৰিয়াল। গজু মাক-দেউতাকৰ ডাঙৰ সন্তান। নিজৰ পঢ়া-শুনাৰ সমান্তৰালকৈ গজুৱে ভাই-ভনীৰ পঢ়া-শুনা আৰু সৰু কান্ধত পৰিয়াল চলোৱাৰ বোজাও কান্ধত তুলি ল’বলগীয়া হৈছিল। আৰু সেইবাবেই তেঁও জোতাৰ পলিচ ব্ৰাছ আৰু ক্ৰীম এটা তুলি ল’বলৈ বাধ্য হয়৷

গজুৱে স্কুলৰ পৰা উভতি আহি বেৱাৰ ষ্টেচনলৈ গৈছিল। তাত যাত্ৰীৰ জোতা পলিচ কৰিছিল। ইয়াৰ পাছত তেওঁ পুনৰ কাম আৰম্ভ কৰিলে,তদুপৰি বিভিন্ন অনুষ্ঠানত এটা বেণ্ডত বজায়ো উপাৰ্জন কৰিছিল। জোতা পলিচ কৰি উপাৰ্জন কৰা ধনেৰে ইমান বৃহৎ পৰিয়াল এটা পোহপাল দিয়াটো কঠিন হৈ পৰিছিল। কিন্তু সেইটোৱেও বৰ বেছি বিশেষ সহায় কৰিব নোৱাৰিলে। গতিকে গজুৱেও অনুষ্ঠান আৰু বিয়াত বেণ্ডত বজাই অৰ্থ উপাৰ্জন কৰিছিল। কিন্তু তেওঁৰ লগত পঢ়া-শুনাও কৰি আছিল। কেতিয়াবা বেণ্ডত বজাই ৫০ টকা উপাৰ্জন কৰিছিল, কেতিয়াবা তাতোকৈ কম। আগতে জোতা পলিচ কৰি ২০-৩০ টকা উপাৰ্জন কৰিছিল। দেউতাই আন কাৰোবাৰ অটো চলাইছিল। স্কুলৰ পৰা উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।

গজুৱে কয় যে কলেজত পঢ়ি থাকোঁতে তেওঁৰ জীৱনত এটা নতুন টাৰ্নিং  আহিছিল। স্নাতক হোৱাৰ পাছত মহাবিদ্যালয়খনৰ অধ্যাপক পৰশ কুমাৰৰ সহযোগত তেওঁ প্ৰতিযোগিতামূলক পৰীক্ষাত বহিব। ইটোৰ পাছত সিটো পৰীক্ষাত ফেইল কৰিলে। কিন্তু তেওঁ হাৰ নামানিলে। ২৫ বাৰ ফেইল কৰাৰ পাছত অৱশেষত গজুৱে ৰে’ল পৰীক্ষাত উত্তীৰ্ণ হয়। প্ৰথম পোষ্টিং হৈছিল বিকানেৰত। ইয়াৰ পাছত বেৱাৰত ষ্টেচন মেনেজাৰ পদত যোগদান কৰে। আৰু গজে সিঙে ৩৫ বছৰৰ পাছত যাত্ৰীৰ জোতা পলিচ কৰা ষ্টেচন বেৱাৰ ষ্টেচনলৈ ৰে’ল বিষয়া হিচাপে ঘূৰি আহে।

Recent News

গেষ্টিকৰ পৰা বাছিব পৰা কেইটামান সহজ ঘৰুৱা উপায়…

গেষ্টিকৰ পৰা বাছিব পৰা কেইটামান সহজ ঘৰুৱা উপায়…

ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত! উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰ কৰক; এপিএছচি পৰীক্ষাৰ দিন পুনৰ বিবেচনা কৰকঃ ডি ৱাই এফ আই

ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত! উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰ কৰক; এপিএছচি পৰীক্ষাৰ দিন পুনৰ বিবেচনা কৰকঃ ডি ৱাই এফ আই

তিনিচুকীয়াৰ বাগানত সংঘটিত নাবালিকা বলাৎকাৰ কাণ্ডৰে জড়িতক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰ’জলীনা তিৰ্কী, মীৰা বৰঠাকুৰৰ

তিনিচুকীয়াৰ বাগানত সংঘটিত নাবালিকা বলাৎকাৰ কাণ্ডৰে জড়িতক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰ’জলীনা তিৰ্কী, মীৰা বৰঠাকুৰৰ

ছিন্নাস্বামী ষ্টেডিয়ামত RCB জিকাৰ আনন্দ পৰিণত হ’ল কাৰুণ্যলৈ : পদস্পিষ্ট হৈ নিহত ১১ জন লোক, আহত বহুজন

ছিন্নাস্বামী ষ্টেডিয়ামত RCB জিকাৰ আনন্দ পৰিণত হ’ল কাৰুণ্যলৈ : পদস্পিষ্ট হৈ নিহত ১১ জন লোক, আহত বহুজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd