• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুছলমান ডেলিভাৰী বয়ৰ পৰা খোৱা বস্তু ল’বলৈ অস্বীকাৰ গ্ৰাহকৰ; গোচৰ ৰুজু

এন ই নাও নিউজ by এন ই নাও নিউজ
October 26, 2019 11:22 am
img_201806112128425bfe8f5e277c9

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জমেট’ কাণ্ডৰ পাছত এইবাৰ বাতৰিৰ মাজলৈ আহিছে আন এটা ফুড ডেলিভাৰী কোম্পানী ছুইগী (swiggy)। ছুইগীৰ মুছলমান ডেলিভাৰী বয়ৰ পৰা অৰ্ডাৰ কৰা খাদ্য সামগ্ৰী ল’বলৈ অস্বীকাৰ কৰা এগৰাকী লোকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।

হায়দৰাবাদৰ আৰক্ষীয়ে মুছলমান ডেলিভাৰী বয়ৰ পৰা খোৱাবস্তু ল’বলৈ অস্বীকাৰ কৰা লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

বাতৰি অনুসৰি, হায়দৰাবাদৰ আলীবাদ অঞ্চলত অজয় কুমাৰ নামৰ এগৰাকী লোকে মুদচ্ছিৰ নামৰ মুছলমান ডেলিভাৰী বয় জনৰ পৰা অৰ্ডাৰ কৰা খোৱা বস্তু ল’বলৈ অস্বীকাৰ কৰিছিল।

ইয়াৰ পাছতে মুদচ্ছিৰে তেওঁৰ পৰা খোৱাবস্তু ল’বলৈ অস্বীকাৰ কৰা লোকজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।

সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি ছুইগীৰ ডেলিভাৰী বয় মুদচ্ছিৰ ছুলেমানৰ অভিযোগৰ ভিত্তিত গোচৰ এটা ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে।

অভিযোগকাৰীয়ে কৰা অভিযোগ মতে গ্ৰাহকজনে অৰ্ডাৰ কৰা খোৱা বস্তু এইকাৰণেই ল’বলৈ অস্বীকাৰ কৰে যে তেওঁ এজন মুছলমান লোক।

আনহাতে, উক্ত ডেলিভাৰী বয় জনে বিষয়টো মুছলমান সংগঠন মজলিছ বচাও তহৰিকৰ অধ্যক্ষ আমজাদ উল্লা খানৰ ওচৰতো উত্থাপন কৰে।

অধ্যক্ষ আমজাদ খানে টুইটাৰত বিষয়টো শ্বেয়াৰ কৰি কয় যে এজন ব্যক্তিয়ে চিকেন-৬৫’ৰ অৰ্ডাৰ কৰিছিল আৰু হিন্দু ডেলিভাৰী বয় প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰিছিল। কিন্তু ছুইগীয়ে খোৱা বস্তুৰ টোপোলাটো মুছলমান যুৱকৰ হাতত প্ৰেৰণ কৰে। পাছত লোকজনে টোপোলাটো ল’বলৈ অস্বীকাৰ কৰে।

ঘটনাটো সন্দৰ্ভত ছুইগীয়ে তেওঁলোকৰ বক্তৱ্যত কয় যে তেওঁলোকে সকলো ধৰণৰ বিচাৰধাৰাকে সন্মান কৰে। প্ৰতিটো অৰ্ডাৰ ঠাইখনৰ হিচাপত ডেলিভাৰী এক্সিকিউটিভে লাভ কৰে।

তেওঁলোকে কয় যে অৰ্ডাৰসমূহ কোনো ব্যক্তিৰ অগ্ৰাধিকাৰৰ ভিত্তিত দিয়া নহয়। আমি এটা সংস্থা হিচাপে নিজৰ ডেলিভাৰী বয় আৰু গ্ৰাহকৰ মাজত কোনো ভিত্তিত ভেদাভেদ নাৰাখো।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

September 19, 2025 7:49 am
গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

September 19, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd