• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Sexual Harassment বিশেষভাৱে সক্ষম কিশোৰীক যৌন নিৰ্যাতন; অভিযুক্তক ৰাইজে উত্তম-মধ্যম শোধাই গটালে আৰক্ষীক

মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা  by মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা
November 22, 2021 1:18 pm
Tinsukia Sexual harassment

বাঁওফালে অভিযুক্ত দিলীপ দেবনাথ আৰু সোঁফালে ঘটনাৰ বলি কিশোৰীগৰাকী। ফটো: নৰ্থইষ্ট নাও।

196
VIEWS
Share on FacebookShare on Twitter

Sexual Harassment মাৰ্ঘেৰিটাত বিশেষভাৱে সক্ষম এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱা অভিযুক্ত দিলীপ দেৱনাথক ৰাইজে ধৰি মেলি উত্তম-মধ্যম শোধাই মাৰ্ঘেৰিটা আৰক্ষীক গটাই দিয়ে।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ নামদাং বাহঁবাৰীত ১১ বছৰীয়া বিশেষভাৱে সক্ষম  কিশোৰী গৰাকীক যৌন নিৰ্যাতন চলোৱাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

ঘটনাৰে জড়িত দিলীপ দেৱনাথ নামৰ ৫০ বছৰ উৰ্ধৰ ব্যক্তিগৰাকীক ৰাইজে আটক কৰি আৰক্ষীক গটাই দিয়ে।

Also Read: Tragic Road Accident গোলাঘাটত বিবাহযাত্ৰী কঢ়িওৱা গাড়ীৰ শোকাৱহ পথ দুৰ্ঘটনা; থিতাতে নিহত দুজন

ঘটনাৰ বিৱৰণী অনুসৰি দেওবাৰে দিনৰ ভাগত উক্ত অভিযুক্ত দিলীপ দেৱনাথৰ ঘৰত থৈ গৈছিল মাকে কিশোৰীগৰাকীক। কিন্তু ঘৰত কোনো নথকাৰ সুবিধা লৈ  দিলীপ দেবনাথে বিশেষভাৱে সক্ষম কিশোৰীগৰাকীক নিৰ্যাতন চলায়।

দেওবাৰে এই ঘটনা দিনৰ ভাগতে সংঘটিত হৈছিল যদিও ভয় ভাবুকিৰ বাবেই মুখ খোলা নাছিল কিশোৰী গৰাকীয়ে। সন্ধিয়াহে এই বিষয়ে প্ৰকাশ কৰে কিশোৰী গৰাকীয়ে।

Also Read: আলফা (স্বাধীন)ত যোগদানৰ বাবে যোৱা ৩ যুৱকক আটক আসাম ৰাইফলছৰ

ইয়াৰ পাছতে স্থানীয় ৰাইজে নিশা অভিযুক্তক উত্তম মধ্যম শোধাই মাৰ্ঘেৰিটা আৰক্ষীক গটাই দিয়ে। ৰাইজে অভিযুক্তৰ কঠোৰতকৈ কঠোৰ শাস্তিৰ দাবী জনাইছে। 

Recent News

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

পৰিৱেশ সংৰক্ষণৰ বাবে কটন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ  

পৰিৱেশ সংৰক্ষণৰ বাবে কটন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd