• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানত ‘পিএফএ’ মুকলি কৰিলে ১০টা বন্যপ্ৰাণী

বিট ইৰম by বিট ইৰম
March 4, 2025 5:38 pm
253
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ পিপল ফৰ এনিমেলছে (পিএফএ) উদ্ধাৰ কৰা ১০টা বন্যপ্ৰাণীক ৰাজ্যখনৰ কেন্দ্ৰীয় বন সংমণ্ডলৰ অধীনত থকা কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানত(কেএলএনপি) মুকলি কৰি দিয়ে।

উদ্ধাৰ কৰা এই বন্যপ্ৰাণীসমূহৰ ভিতৰত আছিল স্থানীয়ভাৱে থেংগু নামৰ এটা কাছ, স্থানীয়ভাৱে নুংগক নামেৰে জনাজাত দুটা বাৰ্মিজ ফেৰেট বেজাৰ, মইৰাং সাথিবী নামৰ এটা সৰু ভাৰতীয় চিভেট, এটা মনোকলড কব্ৰা (খাৰৌ), দুটা বংগ মনিটৰ (হাংকক), আৰু এটা উৰন্ত শিয়াল (মায়াং চেকপি) আদি। লগতে পিএফএ নামৰ সংস্থাটোৱে কেএলএনপিত এটা বনৰীয়া হাঁহ আৰু এটা চেকাৰড কিলবেকো (লিলাবব) মুকলি কৰি দিয়ে।

উদ্ধাৰ কৰা বন্যপ্ৰাণীসমূহক প্ৰাকৃতিক বাসস্থানলৈ মুকলি কৰাৰ পূৰ্বে পিএফএৰ পশু আশ্ৰয় শিবিৰত প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদান কৰা হৈছিল বুলি বিষয়াসকলে জানিবলৈ দিছে।

বিশ্ব বন্যপ্ৰাণী দিৱসৰ উপলক্ষ্যত ‘বন্যপ্ৰাণী সংৰক্ষণত আৰ্থিক সহায়: মানুহ আৰু পৃথিৱীলৈ বিনিয়গ’ শীৰ্ষক বিষয়ক সাৰোগত কৰি সংস্থাটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা  বন্যপ্ৰাণীসমূহ উদ্ধাৰ কৰে।

সংস্থাটোৰ পৰিচালক তথা ট্ৰাষ্টী এল বিশ্বজীত মেইটেইয়ে কয় যে, এই অনুষ্ঠানটো  মণিপুৰ চৰকাৰৰ এল জয়কুমাৰ (আই এফ এছ), চি চি এফ (বন্যপ্ৰাণী)ৰ নিৰ্দেশনা অনুসৰি আৰু ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক (পি চি চি এফ) আৰু বন বাহিনীৰ (এইচ অ এফ) অনুৰাগ বাজপেয়ী (আই এফ এছ)ৰ তত্বাৱধানত অনুষ্ঠিত হয়।

Recent News

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনত অস্বীকাৰ: বিবাহ বিচ্ছেদৰ নিৰ্দেশ বম্বে উচ্চ ন্যায়ালয়ৰ

স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনত অস্বীকাৰ: বিবাহ বিচ্ছেদৰ নিৰ্দেশ বম্বে উচ্চ ন্যায়ালয়ৰ

নিউজিলেণ্ডত ৫০ বছৰৰ পাছত উদ্ধাৰ বিলুপ্ত হোৱা চৰাইৰ প্ৰজাতি!

নিউজিলেণ্ডত ৫০ বছৰৰ পাছত উদ্ধাৰ বিলুপ্ত হোৱা চৰাইৰ প্ৰজাতি!

ভুৱা PhonePe কেলেংকাৰীত দুজনক দোষী সাব্যস্ত পাছিঘাট চিজেএম আদালতৰ

ভুৱা PhonePe কেলেংকাৰীত দুজনক দোষী সাব্যস্ত পাছিঘাট চিজেএম আদালতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd