• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘আমূল গাৰ্ল’ শশী থাৰুৰৰ ভগ্নী নেকি? নেট দুনীয়াত চৰ্চা, স্পষ্টীকৰণ কোম্পানীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 26, 2025 4:21 pm
52
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘আমূল গাৰ্ল’ কোন? নীলা চুলি আৰু ৰঙা বিন্দুযুক্ত ফ্ৰক পিন্ধা ছোৱালীজনীৰ আঁৰত প্ৰকৃত চৰিত্ৰ আছে নেকি? শেহতীয়াকৈ এই সন্দৰ্ভত আন এক আলোচনা হৈছে। বিতৰ্কৰ সৃষ্টি কৰিছে মাৰ্কেটিং কনচালটেণ্ট সঞ্জয় অৰোৰাই। তেওঁ নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰে যে আমূল গাৰ্ল আচলতে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ ভগ্নী শোভা থাৰুৰ শ্ৰীনিবাসন। আমূলৰ প্ৰথম ক’লা-বগা বিজ্ঞাপনত শোভা আছিল। পিছলৈ আমূল গাৰ্লৰ চিত্ৰকল্প কাৰ্টুন চৰিত্ৰ হিচাপে তেওঁৰ প্ৰতিচ্ছবিত নিৰ্মাণ কৰা হয়।

Received a charming reel posted by @chiefsanjay from so many asking whether I inspired the UtterlButterly blue haired cherub. Yes I was the first Amul baby. Yes #ShyamBenegal took the photos. My sister @SmitaTharoor was in the 2nd colour campaign. We may have. But we don’t know. pic.twitter.com/kIYvmqBYAp

— Shobha Tharoor Srinivasan (@ShobhaTharoor) August 21, 2025

সঞ্জয় অৰোৰাৰ ভিডিঅ’ দেখাৰ পাছত নেটত ধুমুহা সৃষ্টি হয়। কিছুদিন পূৰ্বে শোভা থাৰুৰ শ্ৰীনিবাসনেও এক্স হেণ্ডেল পোষ্টত কৈছিল যে তেওঁ প্ৰথম ‘আমূল বেবী’। আমূলৰ ক’লা-বগা বিজ্ঞাপনত তেঁওৰ ছবিখন ব্যৱহাৰ কৰা হৈছিল। ছবিখন তুলিছিল বিখ্যাত চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালে।

Apply Now

We wish to clarify the Amul Girl illustration is not influenced by Ms Shobha Tharoor. She was created by Mr Sylvester daCunha and illustrator Mr Eustace Fernandes.

— Amul4Customer (@amulcares) August 18, 2025

পোষ্টটোত শোভাই লগতে কয় যে তেওঁৰ আনগৰাকী ভগ্নী স্মিতা থাৰুৰও আমূলৰ বৰ্ণিল বিজ্ঞাপনত আছিল। অৱশ্যে তেওঁৰ শৈশৱৰ ছবিখনেই ইউষ্টেচ ফাৰ্নাণ্ডেজে সৃষ্টি কৰা ‘আমূল গাৰ্ল’ৰ প্ৰেৰণা আছিল নেকি সেয়া নিশ্চিত নহয়।

যদিও সকলো জল্পনা-কল্পনা আমূলে স্পষ্টীকৰণ দিছে, তথাপিও স্পষ্ট কৰা হৈছে যে আমুলৰ বিজ্ঞাপনত থকা কণমানিজনী শোভা থাৰুৰৰ পৰা একেবাৰেই অনুপ্ৰাণিত হোৱা নাছিল। চিত্ৰকল্পৰ সৃষ্টিকৰ্তা হৈছে চিলভেষ্টাৰ ডা কুনহা আৰু শিল্পী ইউষ্টেচ ফাৰ্নাণ্ডেজ।

যদিও ভাইৰেল ভিডিঅ’টোত বিপণন পৰামৰ্শদাতা সঞ্জয় অৰোৰাই দাবী কৰিছে যে যোৱা শতিকাৰ ষাঠিৰ দশকত আমুলৰ তেতিয়াৰ বিজ্ঞাপন মুৰব্বী চিলভেষ্টাৰ ডি কুনহাই তেওঁৰ বন্ধু চন্দন থাৰুৰক তেওঁৰ সন্তানৰ ছবি বিচাৰিছিল। তাৰ ভিতৰত শোভাৰ ছবিখনো আছিল। সেই সময়ত তাইৰ বয়স ১০ মাহ। সেই ছবিখনে শিল্পী ইউষ্টেচ ফাৰ্নাণ্ডেজক অনুপ্ৰাণিত কৰিছিল বুলি কোৱা হয়, যিয়ে পিছলৈ ছোৱালীজনীৰ কাৰ্টুন চৰিত্ৰ “আটাৰ্লি বাটাৰলি” সৃষ্টি কৰিছিল, যিটো এতিয়া ‘আমূল গাৰ্ল’ নামেৰে জনাজাত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd