• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ অগ্নিগৰ্ভ মণিপুৰ! মুখ্যমন্ত্রীৰ ঘৰত উন্মত্ত জনতাৰ আক্ৰমণ, বন্ধ কৰা হৈছে ইন্টাৰনেট সেৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 17, 2024 9:16 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ অগ্নিগৰ্ভ হৈ পৰিছে মণিপুৰ। শনিবাৰে নিশা বাঢ়ি অহাৰ সময়তে উত্তেজনাও বিয়পি পৰে। মুখ্যমন্ত্রীৰ পৈতৃক ঘৰত জনতাই আক্রমণ কৰে৷ বিজেপি শাসিত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং। তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে ভুৱা এনকাউণ্টাৰত শীতল মস্তিষ্কৰে ১১ জন যুৱকক হত্যা কৰা হৈছে।

চি আৰ পি এফ আৰু মণিপুৰ আৰক্ষীয়ে দাবী কৰিছে যে নিহত আটাইকেইজন কুকি উগ্ৰপন্থীৰ সদস্য। অৱশ্যে চৰকাৰে ভুৱা সংঘৰ্ষৰ সৃষ্টি কৰা বুলি দাবী কৰে কুকি গোষ্ঠীয়ে।

শনিবাৰে (১৬ নৱেম্বৰ) মৃত লোককেইজনৰ মৃতদেহ আত্মীয়ৰ হাতত গতাই দিয়া হয়। ৰাজ্যখনৰ জিৰিবামত যোৱা ১১ নৱেম্বৰত এই ১১ জন নিহত হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ অন্তত শনিবাৰে শিলচৰৰ পৰা মণিপুৰলৈ অনা হৈছিল মৃতদেহ। ইয়াৰ পিছতে পুনৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি হয় মণিপুৰত। মুখ্যমন্ত্ৰীৰ পৈতৃক ঘৰত সংঘটিত আক্ৰমণৰ সৈতে জড়িত প্ৰতিবাদকাৰীসকলে দাবী কৰে ঘটনাৰ উচিত তদন্তৰ প্ৰয়োজন।

লগতে পঢ়কঃ মণিপুৰৰ জিৰিবামত পুনৰ উত্তেজনা; উদ্ধাৰ হৈছে সন্ধানহীন দুই শিশু আৰু এগৰাকী মহিলাৰ মৃতদেহ

জিৰিবাম জিলাৰ বকোবেৰা অঞ্চলৰ মেইটেই সম্প্ৰদায়ৰ তিনিগৰাকী মহিলা আৰু তিনিটা শিশু, যাৰ ভিতৰত এগৰাকী আছিল মাত্ৰ আঠ মহীয়া শিশু, কুকি বিদ্ৰোহীয়ে অপহৰণ কৰে। এটা দলে চি আৰ পি এফৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ বিপৰীতে আনটো দলে মহিলা আৰু শিশুক অপহৰণ কৰে। পিছত অপহৃত ছয়জনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। নিহত এই ছয়জন লোকৰ মৃতদেহক কেন্দ্ৰ কৰিও প্ৰতিবাদ চৰম পৰ্যায়ত উপনীত হৈছে।

বিজেপি শাসিত কেইবাজনো বিধায়কৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে। বিৰোধী কংগ্ৰেছৰ কটাক্ষ যে ৰাজ্যত শান্তি ঘূৰি আহিছে বুলি দাবী কৰিও কিয় অহা নাই প্ৰধানমন্ত্ৰী মোডী? মণিপুৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘাত এবছৰৰো অধিক সময় ধৰি চলি আছে । হিন্দু মেইটেই সংখ্যাগৰিষ্ঠ আৰু খ্ৰীষ্টান কুকি সম্প্ৰদায়ৰ এই সংঘাতৰ ফলত ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীৰ মাজত বিভাজনৰ সৃষ্টি হৈছে। শতাধিক লোকৰ মৃত্যু হৈছে।

লগতে পঢ়কঃসুখবৰ! ২০২৪-২৫ বিত্তীয় বৰ্ষত গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অসমৰ চাহ বিক্ৰী ২,৮০০ কোটিলৈ বৃদ্ধি

হিংসাত্মক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ইম্ফল পশ্চিম জিলা প্ৰশাসনে অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰিছে। ইম্ফল ইষ্ট, বিষ্ণুপুৰ, থৌবাল, কাকচিং, কাংপোকপি আৰু চুৰাচান্দপুৰ জিলাত দুদিনৰ বাবে ইণ্টাৰনেট আৰু মোবাইল সেৱা বন্ধ কৰি দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm
ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd