• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচন বিধি উলংঘা : নিৰ্বাচন আয়োগে বন্ধ কৰি দিলে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ ৱেবচাইট

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 19, 2024 2:55 pm
564
VIEWS
Share on FacebookShare on Twitter

বন্ধ হৈ পৰিল মণিপুৰৰ মুখ্যমন্ত্ৰীৰ ৱেবচাইট। নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত  মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ অফিচিয়েল ৱেবছাইট (https://www.cmmanipur.gov.in/) বন্ধ কৰি দিলে ভাৰতৰ নিৰ্বাচন আয়োগে। 

যিকোনো ব্যক্তিয়ে ৱেবছাইটটো খুলিবলৈ চেষ্টা কৰিলে তাত এটা বাৰ্তা দেখা পাব য’ত লিখা থাকিব, “আগন্তুক লোকসভা নিৰ্বাচন ২০২৪ৰ বাবে Model Code Of Conduct মানি ৱেবচাইটটো সাময়িকভাৱে স্থগিত ৰখা হৈছে।”

এই ৱেবচাইটো কেতিয়া আকৌ সক্ৰিয় কৰা হ’ব সেই সম্পৰ্কে কোনো তথ্য এতিয়ালৈকে লাভ কৰা নাই।

Recent News

পুৰি ৰথ যাত্ৰাত অনিয়ন্ত্ৰিত ভিৰ : পদপিষ্ট হৈ আহত কমেও ৫৮১ গৰাকী তীৰ্থযাত্ৰী

পুৰি ৰথ যাত্ৰাত অনিয়ন্ত্ৰিত ভিৰ : পদপিষ্ট হৈ আহত কমেও ৫৮১ গৰাকী তীৰ্থযাত্ৰী

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

ভাল খবৰ : প্ৰথমবাৰৰ বিদেশলৈ ৰপ্তানি কৰা হ’ল মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাওধানৰ চাউল

ভাল খবৰ : প্ৰথমবাৰৰ বিদেশলৈ ৰপ্তানি কৰা হ’ল মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাওধানৰ চাউল

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা ; ১০ ফুট দ গাঁত খান্দি পুত্ৰবধুক পুতি থ’লে শহুৰেকে

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা ; ১০ ফুট দ গাঁত খান্দি পুত্ৰবধুক পুতি থ’লে শহুৰেকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd