• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জ্বলিছে মণিপুৰ: গড়কাপ্তানি মন্ত্ৰীৰ বাসগৃহত আক্ৰমণ, বৃদ্ধি পাইছে হিংসাত্মক ঘটনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2023 11:07 am
Manipur
2.6k
VIEWS
Share on FacebookShare on Twitter

আৰু অধিক উত্তপ্ত হৈ পৰিছে মণিপুৰ। বৃদ্ধি পাইছে হিংসাত্মক ঘটনাৰ। এনে উত্তপ্ত পৰিস্থিতিৰ মাজতে উত্তেজিত জনতাই বুধবাৰে আক্ৰমণ কৰে ৰাজ্যখনৰ গড়কাপ্তানি মন্ত্ৰী গোবিন্দাস কণ্টৌজামৰ বাসগৃহত।

বুধবাৰে সন্ধিয়া বিষ্ণুপুৰ আৰক্ষী থানাৰ অধীনস্থ নিংথৌখং বজাৰত অৱস্থিত গোবিন্দাস কণ্টৌজামৰ বাসগৃহত একাংশ উত্তেজিত লোকে আক্ৰমণ কৰি বাসগৃহ লণ্ডভণ্ড কৰাৰ পাছতে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।

প্ৰকাশিত বাতৰি অনুসৰি, মন্ত্ৰীগৰাকীৰ বাসগৃহত উত্তেজিত লোকৰ এক বৃহৎ দলে বলপূৰ্বকভাৱে প্ৰৱেশ কৰি সন্মুখৰ চোতালত ৰখাই থোৱা কিছু আচবাব, খিৰিকীৰ কাঁচ, আৰু বাহনৰ ব্যাপক ক্ষতিসাধন কৰাৰ লগতে বাসগৃহৰ লগত সংলগ্ন কাৰ্যালয়ৰ ফাইলতো জুই লগাই দিয়ে।

অৱশ্যে এই হিংসাত্মক ঘটনাৰ সময়ত মন্ত্ৰীগৰাকী বাসগৃহত উপস্থিত নাছিল বুলি জানিব পৰা গৈছে।

ইফালে মহিলাৰে গঠিত আন এটা দলে মইৰাং লামখাইৰ পৰা থিনুংগেইলৈ যোৱা পথ অৱৰোধ কৰে। চি আৰ পি এফ আৰু আৰ এ এফৰ কনভয়ক মৈৰাঙলৈ আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰে এই প্ৰতিবাদী দলটোৱে।

আনহাতে চুৰাচান্দপুৰ জিলাৰ হেঙেলেপ মহকুমাৰ লোকটক জলবিদ্যুৎ প্ৰকল্পৰ সমীপত অৱস্থিত মণিপুৰ মাউণ্টেইনিং এণ্ড ট্ৰেকিং এছ’চিয়েশ্যন (এমএমটিএ)ৰ প্ৰশিক্ষণ কমপ্লেক্স হিচাপে কাম কৰা মণিপুৰ মাউণ্টেইনিং ইনষ্টিটিউট কমপ্লেক্সত বুধবাৰে সন্ধিয়া অগ্নিসংযোগ কৰে অস্ত্ৰধাৰী দুষ্কৃতিকাৰীৰ এটা দলে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা এনেধৰণৰ হিংসাত্মক কাৰ্যৰ পৰিণতিত অস্থিৰ হৈ পৰিছে মণিপুৰ।

Recent News

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd