• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰ চৰকাৰৰ অনুমতি লাভঃ ১৪ জানুৱাৰীত পূৱ ইম্ফল জিলাৰ পৰা আৰম্ভ হ’ব ভাৰত জোড়ো ন্যায় যাত্ৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2024 9:26 pm
Bharat Jodo Nyay Yatra

প্ৰতিনিধিত্বমূলক ছবি

553
VIEWS
Share on FacebookShare on Twitter

ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হ’বলগীয়া কংগ্ৰেছ দলৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আৰম্ভণি স্থানৰ বাবে আজি অনুমোদন জনাইছে মণিপুৰ চৰকাৰে।

মণিপুৰ চৰকাৰে কংগ্ৰেছক পূৱ ইম্ফল জিলাৰ পৰা সীমিত সংখ্যক অংশগ্ৰহণকাৰীৰে ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰে।

ইম্ফলৰ হাপ্তা কংজেইবুং খেলপথাৰৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ বাবে অনুমোদন বিচাৰি আঠ দিন পূৰ্বে মণিপুৰ চৰকাৰৰ ওচৰত আবেদন জনাইছিল কংগ্ৰেছে।

কিন্তু এই সময়ছোৱাত অনুমোদন লাভ নকৰাৰ বাবে কংগ্ৰেছে অসন্তুষ্টি প্ৰকাশ কৰিছিল। সাধাৰণ সম্পাদক কে চি বেনুগোপালে সোমবাৰে এক সংবাদমেলত যাত্ৰাৰ বাবে অনুমতি লাভ কৰা নাই বুলি সদৰী কৰিছিল।

এনে অভিযোগৰ মাজতে আজি পূৱ ইম্ফল জিলা দণ্ডাধীশৰ কাৰ্যালয়ে কংগ্ৰেছক যাত্ৰাৰ বাবে অনুমতি প্ৰদান কৰে।

প্ৰশাসনে লগতে প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণত সক্ষম হ’ব পৰাকৈ অংশগ্ৰহণকাৰীসকলৰ নম্বৰ আৰু নাম দণ্ডাধীশৰ কাৰ্যালয়ক আগতীয়াকৈ প্ৰদান কৰিব লাগিব বুলি উল্লেখ কৰিছে।

উল্লেখ্য যে, ১৪ জানুৱাৰীত মণিপুৰৰ পৰা আৰম্ভ হৈ এই ভাৰত জোড়ো ন্যায় যাত্ৰাই নাগালেণ্ড, অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়লৈ যাব আৰু ১৫খন ৰাজ্যৰ ৬৫০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি মুম্বাইত উপস্থিত হ’ব।

Recent News

পুৰি ৰথ যাত্ৰাত অনিয়ন্ত্ৰিত ভিৰ : পদপিষ্ট হৈ আহত কমেও ৫৮১ গৰাকী তীৰ্থযাত্ৰী

পুৰি ৰথ যাত্ৰাত অনিয়ন্ত্ৰিত ভিৰ : পদপিষ্ট হৈ আহত কমেও ৫৮১ গৰাকী তীৰ্থযাত্ৰী

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

ভাল খবৰ : প্ৰথমবাৰৰ বিদেশলৈ ৰপ্তানি কৰা হ’ল মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাওধানৰ চাউল

ভাল খবৰ : প্ৰথমবাৰৰ বিদেশলৈ ৰপ্তানি কৰা হ’ল মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাওধানৰ চাউল

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা ; ১০ ফুট দ গাঁত খান্দি পুত্ৰবধুক পুতি থ’লে শহুৰেকে

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা ; ১০ ফুট দ গাঁত খান্দি পুত্ৰবধুক পুতি থ’লে শহুৰেকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd