• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আকৌ উত্তপ্ত মণিপুৰ! তাৰ মাজতে মণিপুৰৰ পৰা AFSPA আঁতৰাবলৈ কেন্দ্ৰলৈ চিঠি মণিপুৰৰ ৰাজ্য চৰকাৰৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 17, 2024 7:00 pm
62
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ মণিপুৰ জ্বলিছে। আনকি সুৰক্ষিত নহয় মুখ্যমন্ত্ৰীৰ বাসগৃহও। মুখ্যমন্ত্ৰী বীৰেন সিঙৰ বাসগৃহতো চলিছে প্ৰতিবাদকাৰীৰ আক্ৰমণ। এনে পৰিস্থিতিত মণিপুৰৰ বিজেপি চৰকাৰে সেনাৰ বিশেষ ক্ষমতা আইন(AFSPA) প্ৰত্যাহাৰ কৰাৰ দাবী জনাই কেন্দ্ৰীয় চৰকাৰলৈ চিঠি প্ৰেৰণ কৰিছে।

যোৱা ১৪ নৱেম্বৰত কেন্দ্ৰই মণিপুৰৰ ৬ খন থানাত AFSPA কাৰ্যকৰী কৰাৰ বাবে অধিসূচনা জাৰি কৰিছিল।

গৃহ মন্ত্ৰালয়ে জাৰি কৰা এই অধিসূচনা অনুসৰি পশ্চিম ইম্ফলৰ ছেকমাই আৰু লামছাঙ, পূব ইম্ফলৰ লামলাই, বিষ্ণুপুৰৰ মৈৰাং, কাংপোকপিৰ লেইমাখং আৰু জিৰিবাম থানা অঞ্চলত নতুনকৈ AFSPA প্ৰয়োগ কৰা হৈছে।

ইফালে মণিপুৰ চৰকাৰৰ গৃহ বিভাগৰ এগৰাকী উপ-সচিবে দিল্লীৰ গৃহ মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰি এই সিদ্ধান্তৰ পুনৰ বিবেচনাৰ বাবে অনুৰোধ জনাইছে।

পত্ৰখনত কোৱা হৈছে যে ১৫ নৱেম্বৰত ৰাজ্যৰ মন্ত্ৰীসভাই নতুনকৈ AFSPA জাৰি কৰাৰ সিদ্ধান্ত সন্দৰ্ভত আলোচনা কৰিছিল। ৰাজ্যৰ মন্ত্ৰীসভাই AFSPA সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাটো বিচাৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে পুনৰ বিবেচনা কৰি এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰক। ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিত বিজেপি চৰকাৰৰ এই সিদ্ধান্ত আচৰিত। যদিও বিশেষজ্ঞসকলে ভাবে যে ইয়াৰ আঁৰত যুক্তি আছে। যদি AFSPA স্থাপন হয় তেন্তে সেনাই সম্পূৰ্ণ নিজাববীয়াকৈ কাম কৰিব পাৰে। সেনাবাহিনীৰ ওপৰত ৰাজ্য চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাথাকে। মণিপুৰৰ ৰাইজৰ মাজত অসন্তুষ্টি দীৰ্ঘদিন ধৰি চলি আহিছে। বীৰেণ সিঙৰ চৰকাৰে অনুভৱ কৰিছে যে এই নবীকৃত AFSPA নতুনকৈ আৰম্ভ হোৱা হিংসাৰ আঁৰৰ কাৰণ হ’ব পাৰে।

Recent News

৩২০০ কোটি টকাৰ আবকাৰী দুৰ্নীতি! অন্ধ্ৰত গ্ৰেপ্তাৰ জগন ৰেড্ডীৰ দলৰ সাংসদ

৩২০০ কোটি টকাৰ আবকাৰী দুৰ্নীতি! অন্ধ্ৰত গ্ৰেপ্তাৰ জগন ৰেড্ডীৰ দলৰ সাংসদ

অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী! সীমান্ত উত্তেজনা সমাধানৰ পৰামৰ্শ চিপিআইৰ

অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী! সীমান্ত উত্তেজনা সমাধানৰ পৰামৰ্শ চিপিআইৰ

গুৱাহাটীত গ্ৰেপ্তাৰ পত্নীক হত্যাৰ অভিযোগত অভিযুক্ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ষ্টেচন মাষ্টৰ

গুৱাহাটীত গ্ৰেপ্তাৰ পত্নীক হত্যাৰ অভিযোগত অভিযুক্ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ষ্টেচন মাষ্টৰ

হাঁহৰ মাংস ৰান্ধিবলৈ নস্যাৎ কৰা বাবে বন্ধুৱে গুলীয়ালে বন্ধুক! অসমৰ ক’ত সংঘটিত হ’ল এই কাণ্ড?

হাঁহৰ মাংস ৰান্ধিবলৈ নস্যাৎ কৰা বাবে বন্ধুৱে গুলীয়ালে বন্ধুক! অসমৰ ক’ত সংঘটিত হ’ল এই কাণ্ড?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd