• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত নিৰাপত্তাৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

সভাপতি ছামম by সভাপতি ছামম
December 15, 2018 2:58 pm
Dimapur-768x576
137
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ ইম্ফল জিলাত চলোৱা আৰক্ষী আৰু আছাম ৰাইফলছৰ ৯ ছেক্টৰৰ দ্বাৰা চলোৱা এটা যুটীয়া অভিযানত জিয়াংগ্ৰং য়ুনাইটেড ফ্ৰণ্টৰ এগৰাকী সহানুভুশীল এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰাৰ উপৰিও বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে। এই অভিযানটো চলোৱা হৈছিল ১৪ ডিচেম্বৰ শুকুৰবাৰে।

আছাম ৰাইফলছৰ কেইথেলমানবি আৰু থৌবাল বেটেলিয়ন আৰু ইম্ফল পশ্চিম জিলা কামাণ্ডোসকলে ইম্ফল পশ্চিম জিলাৰ টেৰা বাজাৰ জিলাত যুটীয়া অভিযান চলাই আণ্ডাৰগ্ৰাউণ্ড জেদয়ুএফ সংগঠনৰ প্ৰতি সহানুভুতিশীল এগৰাকী মহিলাক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ কৰে। শুকুৰবাৰে আছাম ৰাইফলৰ (দক্ষিণ) জন সম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে এই কথাখিনি প্ৰকাশ কৰিছে। উদ্ধাৰ হোৱা গুলি-ৰাৰুদৰ মাজত আছে ৭.৬২ মিলিমিটাৰ একে-৪৭ ৰাইফলৰ ১১২০ ৰাউণ্ড গুলি, ২০টা চাইনিজ হেণ্ড গ্ৰেনেড আৰু ২০টা ডিটনেটৰ।

ধৃত মহিলাগৰাকী হৈছে জিয়াংগ্ৰং য়ুনাইটেড ফ্ৰণ্টৰ প্ৰকাশন আৰু তথ্য বিভাগৰ স্বয়ম্ভু যুটীয়া সচিব আজোনা কামেইৰ বায়েক আৰু সংগঠনটোৰ স্বয়ম্ভু মুখ্য সেনাধ্যক্ষ ডাৰেই চিৰুৰ খুলশালী। ধৃত মহিলাগৰাকী পূৰ্বেও অস্ত্ৰ-শস্ত্ৰ সৰাবৰাহৰ সৈতে জড়িত আছিল।

এই বিশাল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিব পৰাটো আছাম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ বাবে এটা বৃহৎ সাফল্য বুলি পৰিগণিত হৈছে।

Recent News

পুৱা উঠাৰ লগে লগে মূৰৰ বিষ! সম্ভাৱ্য কাৰণ আৰু নিৰাময় সন্দৰ্ভত কি কয় বিশেষজ্ঞই?

পুৱা উঠাৰ লগে লগে মূৰৰ বিষ! সম্ভাৱ্য কাৰণ আৰু নিৰাময় সন্দৰ্ভত কি কয় বিশেষজ্ঞই?

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd