• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰৰ মহিলাৰ শৰীৰত ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ লক্ষণ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 30, 2020 8:45 am
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

8.2k
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ এগৰাকী মহিলাৰ শৰীৰত ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ লক্ষণ ধৰা পৰিছে।

সংবাদ মাধ্যমৰ বাতৰি মতে মহিলাগৰাকীয়ে কিছু দিন পূৰ্বে দক্ষিণ পূব এছিয়াৰ দেশ এখন ভ্ৰমণ কৰি আহিছিল। তেওঁক বৰ্তমান নিজ ঘৰতে ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ বিষয়াসকলে চোৱাচিতা কৰি আছে।

যোৱা ২০ জানুৰীত ৩০ বছৰীয়া মহিলাগৰাকী বিদেশৰ পৰা ইম্ফললৈ উভতি আহিছিল বুলি বাতৰিটোত প্ৰকাশ।

চিকিৎসকৰ মতে তেওঁৰ শৰীৰত ধৰা পৰা লক্ষণ ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ সৈতে মিলে যদিও এইপৰ্যন্ত ইয়াক নিশ্চিত কৰা হোৱা নাই।

উল্লেখযোগ্য যে, ২৮ জানুৱাৰীত ত্ৰিপুৰাৰ মনিৰ হুছেইন নামৰ এগৰাকী ২৩ বছৰীয়া যুৱকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

মনিৰ হুছেইনে মালেছিয়াৰ এখন ৰেষ্টুৰেণ্টত কাম কৰিছিল আৰু মালেছিয়াতে তেওঁ ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল।

বৰ্তমান সময়ত চীনত ক’ৰ’না ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰিছে। এইপৰ্যন্ত প্ৰায় শতাধিক লোক চীনত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু বৰণ কৰিছে।

ক’ৰ’না ভাইৰাছৰ সাধাৰণ লক্ষণসমূহ হৈছে জ্বৰ উঠা, কাঁহ, শ্বাস-প্ৰশ্বাসত অসুবিধা ইত্যাদি।

Recent News

আৰু এগৰাকী সোনম! ৰাজাৰ দৰেই নিৰ্মম হত্যা ৰবীন্দ্ৰকো; গ্ৰেপ্তাৰ পত্নী আৰু তেওঁৰ প্ৰেমিক

আৰু এগৰাকী সোনম! ৰাজাৰ দৰেই নিৰ্মম হত্যা ৰবীন্দ্ৰকো; গ্ৰেপ্তাৰ পত্নী আৰু তেওঁৰ প্ৰেমিক

হিতাধিকাৰীৰ চান কাঢ়ি খালে মন্ত্ৰী পত্নীয়ে : কি অভাৱত মন্ত্ৰী জয়ন্ত মল্লৰ পত্নীয়ে ল’লে দুগ্ধ ব্যৱসায়ীৰ বাবে অহা ৫০ লাখ টকা

হিতাধিকাৰীৰ চান কাঢ়ি খালে মন্ত্ৰী পত্নীয়ে : কি অভাৱত মন্ত্ৰী জয়ন্ত মল্লৰ পত্নীয়ে ল’লে দুগ্ধ ব্যৱসায়ীৰ বাবে অহা ৫০ লাখ টকা

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : জানো আহক যোগৰ মহত্ব আৰু গুৰুত্ব

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : জানো আহক যোগৰ মহত্ব আৰু গুৰুত্ব

অভূতপূৰ্ব কৃতিত্ব, চন্দ্ৰত বিধ্বস্ত জাপানী মহাকাশযানৰ ধ্বংসাৱশেষ চিনাক্ত কৰিলে চন্দ্ৰযান-২য়ে

অভূতপূৰ্ব কৃতিত্ব, চন্দ্ৰত বিধ্বস্ত জাপানী মহাকাশযানৰ ধ্বংসাৱশেষ চিনাক্ত কৰিলে চন্দ্ৰযান-২য়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd