• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিকিৎসালয়ৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিল মণিপুৰৰ প্ৰথম গৰাকী ক’ৰ’নাত আক্ৰান্ত ব্যক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2020 6:34 pm
Manipur-first-COVID-19-positive-case-1140x570

মণিপুৰৰ প্ৰথম গৰাকী ক'ৰ'নাত আক্ৰান্ত হোৱা ব্যক্তি সুস্থ হৈ ঘৰলৈ যোৱাৰ পথত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ প্ৰথম গৰাকী ক’ৰ’নাত আক্ৰান্ত ব্যক্তিক দেওবাৰে পৰীক্ষাৰ অন্তত ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰা হয়।

মণিপুৰৰ মুখ্য মন্ত্ৰী বীৰেণ সিঙে টুইটাৰত ৰাজ্যখনৰ প্ৰথম গৰাকী ক’ৰ’নাত আক্ৰান্ত হোৱা ব্যক্তি সুস্থ হৈ ঘৰলৈ উভতি যোৱাৰ ফটো টুইটাৰত আপলোড কৰি চিকিৎসক, নাৰ্ছ আৰু চিকিৎসা কৰ্মী সকলক ধন্যবাদ জ্ঞাপন কৰে।

‘ভগৱানক ধন্যবাদ। জৱাহৰলাল নেহৰু ইষ্টিটিউট অব মেডিকেল চায়েঞ্চ(জেএনআইএমএছ)ৰ সকলো চিকিৎসক আৰু চিকিৎসা কৰ্মীলৈ ধন্যবাদ। মণিপুৰৰ প্ৰথম গৰাকী ক’ৰ’না আক্ৰান্তক আজি চিকিৎসালয়ৰ পৰা যোৱাৰ বাবে অনুমতি দিয়া হয়। সকলোৱে সুস্থ থাকক আৰু ঘৰত থাকক,’’ মুখ্য মন্ত্ৰী বীৰেণ সিঙে টুইটাৰত লিখে।

Thank GOD 🙏Thanks to all the Drs and staffs of JNIMS 🙏 . The first COVID-19 infected Girl miss VIMI Ningombam of Imphal has been discharged from hospital today. Let’s stay safe ,let’s stay at Home 🙏. pic.twitter.com/XtG9zyHOuc

— N. Biren Singh (@NBirenSingh) April 12, 2020

উল্লেখযোগ্য যে, মণিপুৰৰ ক’ৰ’নাত আক্ৰান্ত মহিলা গৰাকী দ্বিতীয় বাৰৰ বাবে পৰীক্ষাত ক’ৰ’না নিগেটিভ আহে আৰু চিকিৎসালয়ত কিছুদিন চিকিৎসা কৰাৰ অন্তত তেওঁক মুকলি কৰি দিয়া হয়।

মণিপুৰত বৰ্তমানলৈ দুগৰাকী ব্যক্তি ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। প্ৰথম গৰাকী ক’ৰ’না আক্ৰান্ত ব্যক্তি সম্পূৰ্ণ সুস্থ হোৱাৰ পাছত দ্বিতীয় গৰাকী ব্যক্তিক ইম্ফলৰ ৰিজিঅ’নেল ইষ্টিটিউট অব মেডিকেল চায়েঞ্চত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰী শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য! অসমত হিন্দু বঙালীয়ে CAAৰ অধীনত আবেদন কৰা নাই ইতিমধ্যেই তেওঁলোক ভাৰতীয় নাগৰিক

মুখ্যমন্ত্ৰী শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য! অসমত হিন্দু বঙালীয়ে CAAৰ অধীনত আবেদন কৰা নাই ইতিমধ্যেই তেওঁলোক ভাৰতীয় নাগৰিক

September 10, 2025 8:52 am
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: চুবুৰীৰ কাজিয়াই ইচ্ছাকৃতভাৱে এজনে আন এজনক আত্মহননৰ বাবে প্ৰৰোচিত কৰা নুবুজায়

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: চুবুৰীৰ কাজিয়াই ইচ্ছাকৃতভাৱে এজনে আন এজনক আত্মহননৰ বাবে প্ৰৰোচিত কৰা নুবুজায়

September 10, 2025 8:10 am
WHO প্ৰতিবেদন: বিশ্বজুৰি যুৱক-যুৱতীৰ মাজত উদ্বেগজনক ভবে বৃদ্ধি নিসংগতাৰ, বাঢ়িছে গুৰুতৰ ৰোগৰ আশংকা

WHO প্ৰতিবেদন: বিশ্বজুৰি যুৱক-যুৱতীৰ মাজত উদ্বেগজনক ভবে বৃদ্ধি নিসংগতাৰ, বাঢ়িছে গুৰুতৰ ৰোগৰ আশংকা

September 10, 2025 6:49 am
সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰী শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য! অসমত হিন্দু বঙালীয়ে CAAৰ অধীনত আবেদন কৰা নাই ইতিমধ্যেই তেওঁলোক ভাৰতীয় নাগৰিক

মুখ্যমন্ত্ৰী শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য! অসমত হিন্দু বঙালীয়ে CAAৰ অধীনত আবেদন কৰা নাই ইতিমধ্যেই তেওঁলোক ভাৰতীয় নাগৰিক

September 10, 2025 8:52 am
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: চুবুৰীৰ কাজিয়াই ইচ্ছাকৃতভাৱে এজনে আন এজনক আত্মহননৰ বাবে প্ৰৰোচিত কৰা নুবুজায়

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: চুবুৰীৰ কাজিয়াই ইচ্ছাকৃতভাৱে এজনে আন এজনক আত্মহননৰ বাবে প্ৰৰোচিত কৰা নুবুজায়

September 10, 2025 8:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd