• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নোবেল বিজয়ী অভিজিৎ বেনাৰ্জীক শুভেচ্ছা জনাই মনমোহন সিঙে ক’লে, ‘’অত্যন্ত গৌৰৱৰ বিষয়’’

এন ই নাও নিউজ by এন ই নাও নিউজ
October 15, 2019 10:08 am
Abhijit_1571047852507

অৰ্থনীতিৰ নোবেল বিজয়ী অভিজিৎ বেনাৰ্জী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙে সোমবাৰে নোবেল বঁটা লাভ কৰা ভাৰতীয় মূলৰ অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীক শুভেচ্ছা জনায়।

তেওঁ কয় যে দৰিদ্ৰতা নিৰ্মূল তথা নতুন কৌশলৰ উন্নয়ন সন্দৰ্ভত কৰা তেওঁৰ কাম সঁচাকৈয়ে কালজয়ী।

প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়নমূলক অৰ্থনীতিত বেনাৰ্জীৰ নব্য উদ্ভাৱনসমূহ ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহৰ নীতি নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত প্ৰযোজ্য তথা উপযোগী।

বেনাৰ্জীলৈ লিখা এখন পত্ৰত সিঙে লিখিছে: ‘’এইটোৱে মোক অত্যন্ত আনন্দিত তথা গৌৰৱান্বিত কৰিছে যে আপুনি এতিয়া অৰ্থনীতিত নোবেল বঁটা লাভ কৰা দ্বিতীয় গৰাকী ভাৰতীয়।

‘’আপোনাক আৰু আপোনাৰ সহযোগী বিজয়ীসকললৈ মোৰ আন্তৰিক অভিনন্দন জনালোঁ। আপোনাৰ ‘ৰেণ্ডমাইজ্ড কন্ট্ৰ’ল ট্ৰায়েলছ’ৰ দৰে দৰিদ্ৰতা নিৰ্মূল তথা নতুন কৌশলৰ উন্নয়ন সন্দৰ্ভত কৰা পাণ্ডিত্যপূৰ্ণ কৰ্মসমূহ সঁচাকৈয়ে কালজয়ী,’’-সিঙে কয়।

WhatsApp Image 2019-10-15 at 5.09.16 AM 7
নোবেল বিজয়ী অভিজিৎ বেনাৰ্জীক শুভেচ্ছা জনোৱা মনমোহন সিঙৰ পত্ৰখন।

নিজৰ শুভেচ্ছামূলক বাৰ্তাটোত প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীয়ে লগতে লিখিছে: ‘’মই এগৰাকী অৰ্থনীতিৰ ছাত্ৰ হিচাপে বিশেষভাৱে আনন্দিত যে কমিটিয়ে ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহৰ নীতি নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত প্ৰযোজ্য তথা উপযোগী অগ্ৰণী উদ্ভাৱনসমূহক সন্মানিত কৰাৰ বাবে নিৰ্বাচন কৰিলে।‘’

উল্লেখযোগ্য যে সোমবাৰে ইণ্ডো-আমেৰিকান অভিজিত বেনাৰ্জী, তেওঁৰ পত্নী এস্থাৰ দুফলো আৰু মাইকেল ক্ৰেমাৰলৈ সন্মিলিতভাৱে ২০১৯ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল বঁটা আগবঢ়োৱা হয়।

বিশ্বব্যপি দৰিদ্ৰতা নিৰ্মূলৰ অৰ্থে পৰীক্ষামূলক পদ্ধতি (experimental approach to alleviating global poverty) শীৰ্ষক কৰ্মৰাজিৰ বাবে বিখ্যাত অৰ্থনীতিবিদ কেইগৰাকীলৈ এই বঁটা আগবোঢ়োৱা হৈছে।

ইয়াৰ পূৰ্বে ১৯৯৮ চনত অৰ্থনীতিত নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় আছিল অৰ্মত্য সেন।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd