• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ আপৰ উদ্বেগ : প্ৰধানমন্ত্ৰীক মণিপুৰ ভ্ৰমণৰ আহ্বান মনোজ ধানোৱাৰৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 19, 2024 5:00 pm
68
VIEWS
Share on FacebookShare on Twitter

চুবুৰীয়া ৰাজ্য মণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে উদ্বেগ প্ৰকাশ কৰিছে।

আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে আপৰ সভাপতি গৰাকীয়ে কয়, “ডেৰ বছৰ ধৰি মণিপুৰ জ্বলি আছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে বিষয়টোত গুৰুত্ব দিয়া নাই। প্ৰধানমন্ত্ৰী মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ দলৰ চৰকাৰ থকা সত্বেও মণিপুৰৰ জুই নিৰ্বাপিত কৰাৰ ক্ষেত্ৰত কোনো আন্তৰিকতা প্ৰদৰ্শন কৰা নাই। বৰ্তমান বিদেশ ভ্ৰমণত ব্যস্ত থকা প্ৰধানমন্ত্ৰী গৰাকীয়ে মণিপুৰ যে ভাৰতৰ অংগৰাজ্য এই কথা যেন অনুভৱ কৰিব পৰা নাই। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পূৰ্বে যদিও এবাৰ হিংসা জৰ্জৰ ৰাজ্যখন ভ্ৰমণ কৰিছিল, তাৰ পিছত কিন্তু হিংসা-সন্ত্ৰাস দমনৰ বাবে কোনো কাৰ্যকৰী পদক্ষেপ লোৱা পৰিলক্ষিত নহ’ল।”

লগতে তেওঁ কয় – ”বৰ্তমান ৰাজ্যখনৰ বহুকেইগৰাকী মন্ত্ৰী, বিধায়কৰ বাসগৃহ, মুখ্যমন্ত্ৰীৰ বাসগৃহতো সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰিছে। শ শ নিৰীহ লোকৰ মৃত্যু হৈছে। উগ্ৰপন্থীৰ দলে শিশু, মহিলাৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাইছে। এনে অৱস্থাত আমি ৰাজ্যখনৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণ দাবী কৰিছোঁ। বিগত ডেৰ বছৰত প্ৰধানমন্ত্ৰী মোদীয়ে বহুকেইখন বিদেশী ৰাষ্ট্ৰ ভ্ৰমণ কৰিছে। ইউক্ৰেইন – ৰাছিয়াৰ যুদ্ধৰ অৱসানৰ পোষকতা কৰিছে। কিন্তু নিজে অষ্টলক্ষী বুলি আখ্যা দিয়া ৰাজ্যৰ অন্যতম মণিপুৰত গৃহযুদ্ধ সদৃশ পৰিস্থিতি বিৰাজ কৰা সত্বেও এই সন্দৰ্ভত কোনো বিগত ডেৰবছৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। “

প্ৰেছ বিজ্ঞপ্তিত আপ, অসমৰ সভাপতি মনোজ ধানোৱাৰে কয়,” এখন দেশৰ শীৰ্ষ সাংবিধানিক দায়িত্বত থকা এজন লোকৰ বাবে এয়া চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ পৰিচায়ক। আমি শীঘ্ৰেই হিংসাত্মক পৰিস্থিতিৰ পৰা মণিপুৰক উদ্ধাৰ কৰিবলৈ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছোঁ।”

 

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

প্ৰেমিকক চিনাকি কৰাই দিলে স্মৃতি মান্ধনাই; কোন মোহময়ী তাৰকা ক্ৰিকেটাৰগৰাকীৰ মনৰ মানুহ?

প্ৰেমিকক চিনাকি কৰাই দিলে স্মৃতি মান্ধনাই; কোন মোহময়ী তাৰকা ক্ৰিকেটাৰগৰাকীৰ মনৰ মানুহ?

আৰএছএছ আৰু চিপিএমৰ মাজত কোনো পাৰ্থক্য নাই! ৰাহুল গান্ধীৰ মন্তব্যক লৈ বাওঁপন্থীসকলৰ মাজত অসন্তুষ্টি

আৰএছএছ আৰু চিপিএমৰ মাজত কোনো পাৰ্থক্য নাই! ৰাহুল গান্ধীৰ মন্তব্যক লৈ বাওঁপন্থীসকলৰ মাজত অসন্তুষ্টি

ডেল্টা বয়িং ৭৬৭ ইঞ্জিন অগ্নিকাণ্ডঃ লছ এঞ্জেলছত জৰুৰীকালীন অৱতৰণ

ডেল্টা বয়িং ৭৬৭ ইঞ্জিন অগ্নিকাণ্ডঃ লছ এঞ্জেলছত জৰুৰীকালীন অৱতৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd