• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি অসম আহি পাবহি চহিদ নীৰজ ছেত্ৰীৰ মৃতদেহ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 3, 2019 2:12 pm
Niraj

নীৰজ ছেত্ৰীৰ ফাইল ফটো। সৌজন্য : ফেচবুক

2.7k
VIEWS
Share on FacebookShare on Twitter

ঝাৰখণ্ডৰ ডুমকা জিলাৰ কাথালিয়া গাঁৱত দেওবাৰে পুৱা মাওবাদীৰ আক্ৰমণত চহিদ হোৱা অসমৰ গহপুৰৰ এছ এছ বি জোৱান নীৰজ ছেত্ৰী মৃতদেহ আজি বিয়লি ভাগত গহপুৰলৈ অনা হ’ব।

ইতিমধ্যে চহিদ জোৱানজনক অন্তিম শ্ৰদ্ধা জনাবলৈ গহপুৰৰ তেওঁৰ বাসভৱনত বহু লোকে ভিৰ কৰিছেহি। নীৰজে ২০১৪ চনত সশস্ত্ৰ সীমা বল (এছএছবি)ত যোগদান কৰিছিল।

গহপুৰৰ কাউৰীপথাৰ কৰিবিল নেপালী গাঁৱৰ বাসিন্দা নীৰজে অহা ডিচেম্বৰত বিবাশপাশত আৱদ্ধ হোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে এক নিকট সূত্ৰই।

উল্লেখযোগ্য যে ঝাৰখণ্ডৰ ডুমকা জিলাৰ কাথালিয়া গাঁৱত দেওবাৰে সন্দেহযুক্ত মাওবাদীৰ আক্ৰমণত এছএছবি জোৱান নীৰজ ছেত্ৰী নিহত হোৱাৰ উপৰি আন চাৰিগৰাকী জোৱান আহত হৈছিল। এই আক্ৰমণৰ ঘটনাত গুৰুতৰভাৱে আহত হোৱা ৰাজেশ ৰাই নামৰ আন এজন জোৱানক চিকিৎসাৰ বাবে বিমানেৰে ৰাঁচীলৈ প্ৰেৰণ কৰা হয়।

মাওবাদীয়ে সশস্ত্ৰ সীমা বল (এছএছবি) আৰু ৰাজ্যিক আৰক্ষীৰ এটা যৌথ অভিযানকাৰী দলৰ ওপৰত আক্ৰমণ চলোৱা এই ঘটনাত কেইজনমান মাওবাদীও নিহত হোৱাৰ অনুমান কৰা হৈছে।

Recent News

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd