• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰুণাচল-জাগুনৰ বুঢ়ীদিহিং নৈত অঘটন,নৈৰ কোবাল সোঁতত উটি গল মাৰুতি বাহন

কথমপি প্ৰাণৰক্ষা দুজনৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
October 16, 2020 7:54 pm
a -river--scaled-1200x782

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশ স্বাধীন হোৱাৰ ৭৩ বছৰ অতিক্ৰম কৰাৰ পাছতো নিৰ্মাণ নহ’ল জাগুনৰ পৰা অৰুণাচল প্ৰদেশৰ সংযোগী বুঢ়ীদিহিং নৈৰ ওপৰত পকী দলং । আজিও বিপদ সংকুল অৱস্থাত পাৰ হবলগীয়া হৈছে দৈনিক হাজাৰ হাজাৰ লোক৷

৬ মাহ বাঁহ -কাঠেৰে নিৰ্মাণ হোৱা দলং আৰু ৬ মাহ যন্ত্ৰ চালিত নাৱেৰে যাতায়ত কৰে দুয়োখন ৰাজ্যৰ সীমামূৰীয়া ৰাইজে।

বাৰিষা কালত প্ৰত্যেক বছৰে জীয়াতু ভুগি আহিছে জাগুন গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাম নগৰ, চন্দ্ৰপুৰ, কথা ছেমাকে আদি কৰি প্ৰায় ছয় খনকৈ গাঁৱৰ চহা লোক সকলে ।

প্ৰত্যেক বছৰে কিমান  সংখ্যক লোকে বুঢ়ীদিহিং নৈৰ বুকুত প্ৰাণ হেৰুৱাবলগীয়া হৈছে তাৰ কোনো হিচাব নাই ।

স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী, ব্যৱসায় বাণিজ্য, ৰুগীয়া ব্যক্তি সকলে  মৃত্যুক আগত লৈ বিপদ সংকুল অৱস্থাত পাৰ হব লগীয়া হয় বুঢ়ীদিহিং নৈৰ ঘাট ।

আনফালে জাগুন অৰুণাচল সংযোগী বুঢ়ীদিহিং ঘাটটো আঞ্চলিক পঞ্চায়তৰ দ্বাৰা নিবিদা জাৰি কৰি বছৰে বছৰে কৰ সংগ্ৰহ কৰি কোটি কোটি টকা আদায় কৰে যাত্ৰী সকলৰ পৰা ।

কিন্তু আজি পৰ্যন্ত নাই কোনো দলং নিৰ্মাণৰ যোগাত্মক ভূমিকা কোনো এখন চৰকাৰৰ পৰাই । ৰাইজে পাই  আহিছে মাথোঁ ভুৱা প্ৰতিশ্ৰুতি জনপ্ৰতিনিধি সকলৰ পৰা ।

ইয়াৰ মাজতে মংগলবাৰে সন্ধিয়া সংঘটিত হোৱা এক দুৰ্ঘটনাৰ বাতৰি পোৱা গৈছে।

জাগুন অৰুণাচল সংযোগী বুঢ়ীদিহিং নৈৰ বুকুত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা৷ অৰুণাচল প্ৰদেশৰ বৰডুমচাৰ পৰা আহি থকা এ এছ ২৩ পি ৩৭২৫  নম্বৰৰ এখন এলটো মাৰুতি বাহন জাগুন ৰামনগৰ বুঢ়ীদিহিং নৈৰ ঘাটৰ এখন যন্ত্ৰ চালিত নাৱেদি পাৰ কৰি  থকাৰ সময়ত হৰ্ঠাত মাৰুতি গাড়ীখন নৈৰ বুকুত পৰি উটি যায়৷ অৱশ্যে কথমপি প্ৰাণ ৰক্ষা পৰে গাড়ীৰ ভিতৰত থকা চালকসহ আন এজন সহযোগীৰ।

বাহন খন নৈত পৰাৰ লগে লগে বাহন খনৰ ভিতৰত থকা আৰোহী দুজন খিড়িকীয়েদি বাহিৰলৈ ওলাবলৈ সক্ষম হয় যদিও পানীত পৰা বাহন খন পানীৰ কোবাল সোঁতে বহু দুৰলৈকে উটুৱাই লৈ যায় ।

লগে লগে যন্ত্ৰ চালিত নাওখনে বাহন খন উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও বাহন খন উদ্ধাৰ কৰিবলৈ সক্ষম নহল । পৰবৰ্তী সময়ত একাংশ স্থানীয় ৰাইজৰ তৎপৰতাত বাহন খন উদ্ধাৰ কৰি এডাল ৰচীৰে বান্ধি  ওপৰলৈ উঠাবলৈ সক্ষম হয় ।

এলটো বাহন খন জাগুন অঞ্চলৰ জনৈক চেতিয়া উপাধিৰ এজন ব্যক্তিৰ বুলি জানিব পৰা গৈছে ।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd