• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাৰ এটা সঠিক সমাধান নোলোৱা পৰ্যন্ত সম্পূৰ্ণ প্ৰশিক্ষণ সম্ভৱ নহয় : মেৰীকম

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2020 7:48 am
Mary-Kom

এম চি মেৰীকমৰ ফাইল ফটো

1.6k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰ্যালয়ে চতুৰ্থ পৰ্যায়ৰ ল’কডাউনৰ সময়ত দেশৰ ক্ৰীড়া প্ৰকল্প সমূহৰ লগতে ষ্টেডিয়াম সমূহত অনুশীলন আৰম্ভ কৰাৰ বাবে অনুমতি দিয়াৰ পাছত ছয় বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে যেতিয়ালৈ ক’ৰ’না ভাইৰাছৰ সমাধান নোলায় তেতিয়ালৈ বক্সিঙ ৰিঙত সতীৰ্থৰ সৈতে অনুশীলনত নানামে বুলি উল্লেখ কৰে।

‘‘প্ৰত্যক্ষভাৱে সংস্পৰ্শলৈ অহা খেলত আপুনি ৰিস্ক ল’ব নোৱাৰে। ই ভয়াবহ হ’ব পাৰে,’’ মেৰীকমে কয়।

‘‘মই ফিটনেছৰ অনুশীলন সমূহ আৰম্ভ কৰিম কিন্তু বক্সিঙৰ কিছু সংখ্যক অনুশীলন এৰাই চলিব লাগিব,’’ তাৰকা বক্সাৰ গৰাকীয়ে লগতে কয়।

উল্লেখযোগ্য যে, ল’কডাউনৰ সময়ত মেৰীকম মণিপুৰৰ নিজ গৃহত আৱদ্ধ হৈ আছে।

কিছুদিন পূৰ্বে মেৰীকমৰ সন্তানৰ জন্মদিনত মণিপুৰ আৰক্ষীয়ে খেলুৱৈ গৰাকীৰ ঘৰত উপস্থিত হৈ কেক উপহাৰ দিছিল।

ভাৰতৰ ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে তৃতীয় পৰ্যায়ৰ ল’কডাউনৰ সময়ত গৃহ বিভাগে অনুমতি নিদিয়াকৈ ক্ৰীড়া প্ৰকল্প সমূহ মুকলি কৰিব পৰা নাযাব বুলি উল্লেখ কৰি ল’কডাউন সমাপ্ত হলে পুনৰ প্ৰশিক্ষণ আৰম্ভ কৰিব পৰা যাব বুলি মন্তব্য কৰিছিল।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd