• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঝাৰখণ্ডত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ: আৰক্ষীয়ে ধ্বংস কৰিলে মাওবাদী নিৰ্মিত সুৰংগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2022 7:17 am
bombs recovered in Jharkhand
122
VIEWS
Share on FacebookShare on Twitter

ঝাৰখণ্ডৰ বুদ্ধ পাহাৰত দেওবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰিছে বিস্ফোৰক সামগ্ৰীৰ এক বৃহৎ ভাণ্ডাৰ। এই বৃহৎ পৰিমাণৰ বিস্ফোৰক সমূহ অঞ্চলটোত মাওবাদীয়ে লুকুৱাই ৰখা বুলি সন্দেহ কৰা হৈছে।

আৰক্ষীয়ে উদ্ধাৰ হোৱা সকলো বোমা নিষ্ক্ৰিয় কৰাৰ লগতে অঞ্চলটোত মাওবাদীৰ দ্বাৰা নিৰ্মিত এটা সুৰংগও ভাঙি পেলাইছে।

চোৰাংচোৱাৰ জৰিয়তে এই বিস্ফোৰক সামগ্ৰীসমূহৰ বিষয়ে খবৰ পোৱাৰ পিছত কমাণ্ডো বেটেলিয়ন ফৰ ৰিজলুট একচন (কোব্ৰা) বাহিনী আৰু জিলা আৰক্ষীৰ দ্বাৰা অঞ্চলটোত এক যুটীয়া অভিযান চলোৱা হয়।

লাতেহাৰ অপাৰেচন অতিৰিক্ত আৰক্ষী অধীক্ষক সন্তোষ কুমাৰ মিশ্ৰই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে এই বোমা সমূহ আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱাৰ পৰিকল্পনাৰে মাওবাদীয়ে লুকুৱাই ৰাখিছিল বুলি সন্দেহ কৰা হৈছে।

পিছে আৰক্ষীয়ে সঠিক সময়ত এই তথ্য লাভ কৰিছিল আৰু এই তথ্যৰ আধাৰতে কোব্ৰা বাহিনী আৰু জিলা আৰক্ষীৰ যুটীয়া অভিযানে এক ভয়াৱহ কূটাঘাতৰ পৰিকল্পনা বিফল কৰিবলৈ সক্ষম হয় বুলি আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

অভিযানৰ সময়ত আৰক্ষীয়ে ১০ কিলোগ্ৰাম ওজনৰ ১৭ টা চিলিণ্ডাৰ বোমা, ৭৪ টা খালী চিলিণ্ডাৰ, ১৯ টা টিফিন বোমা, ছয়টা ট্ৰায়েঙ্গ’ল বোমা, তিনিটা চেক ভাল্ভ বোমা, ৩০০ মিটাৰ দীঘল কোডেক্স তাঁৰ (ডিটোনেটিং তাঁৰ), ৬৮ টা ইলেক্ট্ৰনিক ডিটোনেটৰ, ৯৮ টা নন-ইলেক্ট্ৰনিক ডিটোনেটৰ, বোমাসহ ৪০০ মিটাৰ দীঘল তাঁৰৰ লগতে আন কিছু সামগ্ৰী উদ্ধাৰ কৰে।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd