NORTHEAST NOW (Assamese)

Quiz : ৰাজনীতি বিজ্ঞান সম্পৰ্কীয় কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

September 13, 2023 7:00 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 13, 2023 7:58 am

Welcome to your ৰাজনীতি বিজ্ঞান সম্পৰ্কে কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

গণতন্ত্ৰৰ মৌলিক নীতি কি?
কাক "আধুনিক ৰাজনীতি বিজ্ঞানৰ পিতৃ" বুলি গণ্য কৰা হয়?

কেন্দ্রীয় চৰকাৰ আৰু আঞ্চলিক বা ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিভক্ত হোৱা চৰকাৰৰ ব্যৱস্থাক কি শব্দ?

সংসদীয় চৰকাৰ ব্যৱস্থাত চৰকাৰৰ মুৰব্বী কোন?

ভাৰতৰ সংবিধান কোন বছৰত কাৰ্যকৰী হৈছিল?

কাক "ভাৰতীয় সংবিধানৰ পিতৃ" বুলি কোৱা হয়?

ভাৰতীয় সংবিধানত কিমান সূচী আছে ?

পৃথিৱীৰ আটাইতকৈ দীঘলীয়া লিখিত সংবিধানখন কাৰ?

ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কোন শব্দৰে আৰম্ভ হয়?

ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে?

 

 

Also Read: অসম সম্পৰ্কীয় কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ-gk-2023-on-assam/

Also Read: মানৱ শৰীৰৰ সৈতে জড়িত কেইটামান বহুবিকল্পী প্ৰশ্ন –

 

Related News