• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এদিনতে শেষ কৰে বছৰটোৰ হোমৱৰ্ক; আইনষ্টাইনতকৈও আইকিউ বেছি ভাৰতীয় বংশোদ্ভূত কৃশৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2024 9:01 am
এদিনতে শেষ কৰে বছৰটোৰ হোমৱৰ্ক; আইনষ্টাইনতকৈও আইকিউ বেছি ভাৰতীয় বংশোদ্ভূত কৃশৰ!

বিস্ময় বালক কৃশ আৰোৰা। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান বিশ্বৰ আটাইতকৈ বুদ্ধিমান ব্ৰিটেইনৰ এগৰাকী শিক্ষাৰ্থী।বয়স মাত্ৰ ১০ বছৰ। এই বিস্ময় বালকৰ আইকিউ ১৬২। আইকিউ ৰেংকিঙত আইনষ্টাইন আৰু ষ্টিফেন হকিঙকো পিছ পেলাই গৈছে।

আচৰিত হৈছে? কৃশ আৰোৰাৰ বয়স দেখি আইকিউ লেভেল মিলাবলৈ গৈ বহুতে হয়তো আচৰিত হৈছে। কিন্তু বাস্তৱত তেওঁ সঁচাকৈয়ে এক বিস্ময়। আইনষ্টাইন, ষ্টিফেন হকিঙৰ আইকিউ ১৬০। কৃশৰ ১৬২। আপুনি দিয়া সকলো অংক সমাধান কৰি দিব। একাদশ বা তাৰ ওপৰৰ শ্ৰেণীৰ অংকও তেওঁৰ বাবে ভাতৰ লগত পানী খোৱাৰ নিচিনা। প্ৰাথমিক বিদ্যালয়ত পঢ়িবলৈও নিবিচাৰে।

কৃশৰ মতে প্ৰাথমিক বিদ্যালয়ত তেওঁ একো শিকিব নোৱাৰে। প্ৰতিদিনে বাক্য গঠন কৰা আৰু লিখাটো তেওঁৰ পছন্দ নহয়। এই বয়সতে ডাঙৰ ক্লাছত পঢ়িব বিচাৰে। বীজগণিত তেওঁৰ প্ৰিয়।

কেৱল যে পঢ়াশুণাতে প্ৰখৰ, সেইটো নহয়। সংগীততো কৃশ সমানেই ভাল। পশ্চিম লণ্ডনৰ বাসিন্দাগৰাকীয়ে পিয়ানোবাদক হিচাপে কেইবাটাও বঁটা লাভ কৰিছে। মাত্ৰ ছমাহতে পিয়ানো শিকাৰ চাৰিটা ঢাপ শিকি পলোৱাৰ বাবে ট্ৰিনিটি কলেজ অৱ মিউজিকৰ ‘হল অৱ ফেম’ত স্থান লাভ কৰিছে।

তেওঁ পিয়ানোত যিকোনো কঠিন গীতৰ স্বৰলিপিও কেৱল মনত ৰাখিয়েই বজায়। এই সন্দৰ্ভত বিস্ময় বালকগৰাকীয়ে কয়, ‘পিয়ানো বজাবলৈ গৈ ক’তো মই নাৰ্ভাছ নহওঁ কাৰণ মই জানো যে মোৰ সকলো মনত থাকিব। একোৱেই ভুল নহয়।’

কৃশৰ পিতৃ-মাতৃ মৌলি আৰু নিশ্চল অভিযন্তা। চাৰি বছৰ বয়সত কৃশৰ বুদ্ধিমত্তাৰ কথা পোহৰলৈ আহিছিল। তেওঁৰ মাতৃয়ে কয়, ‘চাৰি বছৰ বয়সৰ পৰাই সি বহুত ভালকৈ লিখিব পাৰে। সকলো পঢ়িব পাৰে, অংক কৰিব পাৰে। আমি তেতিয়াই বুজি পাওঁ যে সি অলপ বেলেগ। মাত্ৰ চাৰি বছৰ বয়সতে মোৰ লগত বহি গোটেই গণিতৰ কিতাপ এখন তিনি ঘণ্টাত শেষ কৰিছিল। ক্লাছ থ্ৰীত পঢ়ি থাকোঁতে গোটেই বছৰটোৰ হোমৱৰ্ক এদিনতে কৰিছিল।’

কৃশে সংগীত আৰু পঢ়াৰ মাজতে গোটেই দিনটো কটায়। অবসৰৰ সময়তো পাজল আৰু ক্ৰছৱৰ্ড সমাধান কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপ ২০২৫: পদক নিশ্চিত কৰি ছেমিত প্ৰৱেশ সাত্বিক-চিৰাগ যুটিৰ; বিদায় ল’লে সিন্ধুৱে

বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপ ২০২৫: পদক নিশ্চিত কৰি ছেমিত প্ৰৱেশ সাত্বিক-চিৰাগ যুটিৰ; বিদায় ল’লে সিন্ধুৱে

August 30, 2025 6:12 pm
‘৩টা সন্তানৰ বোজা মহিলাৰ ওপৰত কিয় দিব বিচাৰিছে?’- মোহন ভাগৱতক প্ৰশ্ন আছাদুদ্দিন ওৱেইছিৰ

‘৩টা সন্তানৰ বোজা মহিলাৰ ওপৰত কিয় দিব বিচাৰিছে?’- মোহন ভাগৱতক প্ৰশ্ন আছাদুদ্দিন ওৱেইছিৰ

August 30, 2025 6:06 pm
দিনত ‘মটিভেচনেল স্পীকাৰ’, ৰাতি ডকাইত! ২০ লাখ টকাৰ গহনা লুট কৰি ভুৱনেশ্বৰৰ পৰা গ্ৰেপ্তাৰ ইউটিউবাৰ

দিনত ‘মটিভেচনেল স্পীকাৰ’, ৰাতি ডকাইত! ২০ লাখ টকাৰ গহনা লুট কৰি ভুৱনেশ্বৰৰ পৰা গ্ৰেপ্তাৰ ইউটিউবাৰ

August 30, 2025 5:48 pm
মাত্ৰ ৫০টা অস্ত্ৰৰেই পৰাজিত হ’ল পাকিস্তান! অপাৰেচন সিন্দুৰৰ সফলতাৰ বিষয়ে আৰু কি প্ৰকাশ কৰিলে বায়ুসেনাৰ মুৰব্বীয়ে

মাত্ৰ ৫০টা অস্ত্ৰৰেই পৰাজিত হ’ল পাকিস্তান! অপাৰেচন সিন্দুৰৰ সফলতাৰ বিষয়ে আৰু কি প্ৰকাশ কৰিলে বায়ুসেনাৰ মুৰব্বীয়ে

August 30, 2025 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপ ২০২৫: পদক নিশ্চিত কৰি ছেমিত প্ৰৱেশ সাত্বিক-চিৰাগ যুটিৰ; বিদায় ল’লে সিন্ধুৱে

বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপ ২০২৫: পদক নিশ্চিত কৰি ছেমিত প্ৰৱেশ সাত্বিক-চিৰাগ যুটিৰ; বিদায় ল’লে সিন্ধুৱে

August 30, 2025 6:12 pm
‘৩টা সন্তানৰ বোজা মহিলাৰ ওপৰত কিয় দিব বিচাৰিছে?’- মোহন ভাগৱতক প্ৰশ্ন আছাদুদ্দিন ওৱেইছিৰ

‘৩টা সন্তানৰ বোজা মহিলাৰ ওপৰত কিয় দিব বিচাৰিছে?’- মোহন ভাগৱতক প্ৰশ্ন আছাদুদ্দিন ওৱেইছিৰ

August 30, 2025 6:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd