• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এদিনতে শেষ কৰে বছৰটোৰ হোমৱৰ্ক; আইনষ্টাইনতকৈও আইকিউ বেছি ভাৰতীয় বংশোদ্ভূত কৃশৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2024 9:01 am
বিস্ময় বালক কৃশ আৰোৰা। ফটোঃ সংগ্ৰহীত।

বিস্ময় বালক কৃশ আৰোৰা। ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান বিশ্বৰ আটাইতকৈ বুদ্ধিমান ব্ৰিটেইনৰ এগৰাকী শিক্ষাৰ্থী।বয়স মাত্ৰ ১০ বছৰ। এই বিস্ময় বালকৰ আইকিউ ১৬২। আইকিউ ৰেংকিঙত আইনষ্টাইন আৰু ষ্টিফেন হকিঙকো পিছ পেলাই গৈছে।

আচৰিত হৈছে? কৃশ আৰোৰাৰ বয়স দেখি আইকিউ লেভেল মিলাবলৈ গৈ বহুতে হয়তো আচৰিত হৈছে। কিন্তু বাস্তৱত তেওঁ সঁচাকৈয়ে এক বিস্ময়। আইনষ্টাইন, ষ্টিফেন হকিঙৰ আইকিউ ১৬০। কৃশৰ ১৬২। আপুনি দিয়া সকলো অংক সমাধান কৰি দিব। একাদশ বা তাৰ ওপৰৰ শ্ৰেণীৰ অংকও তেওঁৰ বাবে ভাতৰ লগত পানী খোৱাৰ নিচিনা। প্ৰাথমিক বিদ্যালয়ত পঢ়িবলৈও নিবিচাৰে।

Apply Now

কৃশৰ মতে প্ৰাথমিক বিদ্যালয়ত তেওঁ একো শিকিব নোৱাৰে। প্ৰতিদিনে বাক্য গঠন কৰা আৰু লিখাটো তেওঁৰ পছন্দ নহয়। এই বয়সতে ডাঙৰ ক্লাছত পঢ়িব বিচাৰে। বীজগণিত তেওঁৰ প্ৰিয়।

কেৱল যে পঢ়াশুণাতে প্ৰখৰ, সেইটো নহয়। সংগীততো কৃশ সমানেই ভাল। পশ্চিম লণ্ডনৰ বাসিন্দাগৰাকীয়ে পিয়ানোবাদক হিচাপে কেইবাটাও বঁটা লাভ কৰিছে। মাত্ৰ ছমাহতে পিয়ানো শিকাৰ চাৰিটা ঢাপ শিকি পলোৱাৰ বাবে ট্ৰিনিটি কলেজ অৱ মিউজিকৰ ‘হল অৱ ফেম’ত স্থান লাভ কৰিছে।

তেওঁ পিয়ানোত যিকোনো কঠিন গীতৰ স্বৰলিপিও কেৱল মনত ৰাখিয়েই বজায়। এই সন্দৰ্ভত বিস্ময় বালকগৰাকীয়ে কয়, ‘পিয়ানো বজাবলৈ গৈ ক’তো মই নাৰ্ভাছ নহওঁ কাৰণ মই জানো যে মোৰ সকলো মনত থাকিব। একোৱেই ভুল নহয়।’

কৃশৰ পিতৃ-মাতৃ মৌলি আৰু নিশ্চল অভিযন্তা। চাৰি বছৰ বয়সত কৃশৰ বুদ্ধিমত্তাৰ কথা পোহৰলৈ আহিছিল। তেওঁৰ মাতৃয়ে কয়, ‘চাৰি বছৰ বয়সৰ পৰাই সি বহুত ভালকৈ লিখিব পাৰে। সকলো পঢ়িব পাৰে, অংক কৰিব পাৰে। আমি তেতিয়াই বুজি পাওঁ যে সি অলপ বেলেগ। মাত্ৰ চাৰি বছৰ বয়সতে মোৰ লগত বহি গোটেই গণিতৰ কিতাপ এখন তিনি ঘণ্টাত শেষ কৰিছিল। ক্লাছ থ্ৰীত পঢ়ি থাকোঁতে গোটেই বছৰটোৰ হোমৱৰ্ক এদিনতে কৰিছিল।’

কৃশে সংগীত আৰু পঢ়াৰ মাজতে গোটেই দিনটো কটায়। অবসৰৰ সময়তো পাজল আৰু ক্ৰছৱৰ্ড সমাধান কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd