• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৪ বছৰ বয়সত বিয়া,১৮ বছৰ বয়সত হৈছিল মাতৃ; কিন্তু কঠোৰ পৰিশ্ৰমেৰে এইগৰাকী মহিলা হৈ পৰিল এগৰাকী IPS

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 12, 2024 12:47 pm
১৪ বছৰ বয়সত বিয়া,১৮ বছৰ বয়সত হৈছিল মাতৃ; কিন্তু কঠোৰ পৰিশ্ৰমেৰে এইগৰাকী মহিলা হৈ পৰিল এগৰাকী IPS
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কঠোৰ মনোবল আৰু দৃঢ়তা থকা ব্যক্তিৰ জীৱনত বেছি সময় সমস্যা টিকি থাকিব নোৱাৰে। কিছুমান মানুহে অতি কম বয়সতে জীৱনৰ আটাইতকৈ কঠোৰ সময়খিনি অনুভৱ কৰে, তথাপিও তেওঁলোকৰ অদম্য আত্মবিশ্বাস আৰু সংকল্পই তেওঁলোকক সকলো সমস্যাৰ পৰা ওপৰলৈ উঠি আহি সফলতা লাভ কৰাত সহায় কৰে। আমি আজিৰ প্ৰতিবেদনত উল্লেখ কৰিম আই পি এছ এন অম্বিকা নামৰ এগৰাকী সফল ব্যক্তিত্বৰ বিষয়ে যিয়ে নিজৰ কৰ্মৰ দ্বাৰা চিন এৰি থৈ গৈছে।

এন অম্বিকাৰ সফলতাৰ যাত্ৰা যথেষ্ট প্ৰত্যাহ্বানশীল আছিল। ১৪ বছৰ বয়সতে তামিলনাডুৰ এজন আৰক্ষী বিষয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈ যথেষ্ট কষ্ট অনুভৱ কৰিছিল।আঠাইশ বছৰ বয়সলৈকে তেওঁৰ দুটা সন্তান হৈছিল। তথাপিও অম্বিকা বিচলিত নোহোৱাকৈ আগবাঢ়ি গ’ল সপোনবোৰক গুৰুত্ব দিলে। গণতন্ত্ৰ দিৱসৰ পেৰেডৰ সময়ত তেওঁৰ আই পি এছ হোৱাৰ যাত্ৰা আৰম্ভ হৈছিল, যেতিয়া আই পি এছ বিষয়াসকলক স্বামীয়ে চেলুট দিছিল এই ঘটনাই তেওঁক আই পি এছ বিষয়া হ’বলৈ উৎসাহিত কৰিছিল।

ইয়াৰ পাছত দশম শ্ৰেণীৰ শিক্ষা সমাপ্ত কৰাৰ আগতেই অম্বিকাৰ আই পি এছ অফিচাৰ হোৱাৰ সপোন আৰম্ভ হৈছিল। তাৰ পাছত অম্বিকাই ব্যক্তিগত বিদ্যালয়ত দশম আৰু দ্বাদশ অৰ্হতা সম্পূৰ্ণ কৰি স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত ইউ পি এছ চিৰ বাবে তেওঁ প্ৰস্তুতি চলাবলৈ চেন্নাইলৈ স্থানান্তৰিত হয়।

অৱশ্যে অম্বিকাৰ এই যাত্ৰাত বহু বাধাৰ সৃষ্টি হৈছিল।স্বামীয়ে অম্বিকাক তিনিবাৰকৈ ইউ পি এছ চিত ফেইল কৰাৰ পাছত ঘৰলৈ উভতি যাবলৈ পৰামৰ্শ দিছিল।কিন্তু নিৰুৎসাহিত নহৈ ২০০৮ চনত চতুৰ্থবাৰৰ বাবে চেষ্টা চলাই অৱশেষত ইউ পি এছ চি অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হয়৷বৰ্তমান তেওঁ মুম্বাইৰ উপ আৰক্ষী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।এনে আৰক্ষী বিষয়া সমাজৰ উঠি অহা প্ৰজন্মৰ বাবে পাথেয়স্বৰূপ৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীক লৈ আপত্তিজনক কাৰ্টুন! অভিযুক্ত শিল্পীক অগ্ৰিম জামিন উচ্চতম ন্যায়ালয়ৰ

মোদীক লৈ আপত্তিজনক কাৰ্টুন! অভিযুক্ত শিল্পীক অগ্ৰিম জামিন উচ্চতম ন্যায়ালয়ৰ

September 2, 2025 4:55 pm
২২ বছৰ পূৰ্বে কিয় আন্না বিশ্ববিদ্যালয়ে আমেৰিকাৰ পানীয় পেপচি, কোকাকোলাক কেণ্টিনৰ পৰা নিষিদ্ধ কৰিছিল?

২২ বছৰ পূৰ্বে কিয় আন্না বিশ্ববিদ্যালয়ে আমেৰিকাৰ পানীয় পেপচি, কোকাকোলাক কেণ্টিনৰ পৰা নিষিদ্ধ কৰিছিল?

September 2, 2025 4:21 pm
তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কন্যা বিধায়িকা কে কবিতাক দলৰ পৰা বহিষ্কাৰ

তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কন্যা বিধায়িকা কে কবিতাক দলৰ পৰা বহিষ্কাৰ

September 2, 2025 4:12 pm
ওমৰ খালিদ, শ্বাৰ্জিল ইমাম, আন ৭ জনৰ জামিন আবেদন নাকচ দিল্লী উচ্চ ন্যায়ালয়ৰ

ওমৰ খালিদ, শ্বাৰ্জিল ইমাম, আন ৭ জনৰ জামিন আবেদন নাকচ দিল্লী উচ্চ ন্যায়ালয়ৰ

September 2, 2025 3:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীক লৈ আপত্তিজনক কাৰ্টুন! অভিযুক্ত শিল্পীক অগ্ৰিম জামিন উচ্চতম ন্যায়ালয়ৰ

মোদীক লৈ আপত্তিজনক কাৰ্টুন! অভিযুক্ত শিল্পীক অগ্ৰিম জামিন উচ্চতম ন্যায়ালয়ৰ

September 2, 2025 4:55 pm
২২ বছৰ পূৰ্বে কিয় আন্না বিশ্ববিদ্যালয়ে আমেৰিকাৰ পানীয় পেপচি, কোকাকোলাক কেণ্টিনৰ পৰা নিষিদ্ধ কৰিছিল?

২২ বছৰ পূৰ্বে কিয় আন্না বিশ্ববিদ্যালয়ে আমেৰিকাৰ পানীয় পেপচি, কোকাকোলাক কেণ্টিনৰ পৰা নিষিদ্ধ কৰিছিল?

September 2, 2025 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd