• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৌৰসভা নিৰ্বাচন সন্দৰ্ভত ৰাজনৈতিক দলৰ সৈতে বঙাইগাঁও জিলা প্ৰশাসনৰ সভা

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
February 11, 2022 3:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৌৰসভা নিৰ্বাচন ২০২২ সন্দৰ্ভত বুধবাৰে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে জাননী জাৰি কৰিছে। জাননী অনুসৰি ৬ মাৰ্চত পৌৰসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ জাননী অনুসাৰে বঙাইগাঁও পৌৰসভা নিৰ্বাচনৰো জাননী জাৰি কৰা হৈছে।

এই সন্দৰ্ভত  বঙাইগাঁও জিলা প্ৰশাসনে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ৰাজনৈতিক দলৰ বিষয়ববীয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়। বিজেপি, অগপ, ভাৰতীয় জাতীয় কংগ্ৰেছ, চি পি আই এম, নেশ্যনেল পিপলচ পাৰ্টী আৰু ৰাইজৰ দলৰ বিষয়ববীয়াসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত জিলা উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াই বঙাইগাঁও পৌৰসভা নিৰ্বাচনৰ সবিশেষ তথ্য দাঙি ধৰে ৷ বঙাইগাঁও পৌৰসভাত ২৫ টা ৱাৰ্ড আছে আৰু ৪৪ টা ভোট গ্ৰহণ কেন্দ্ৰত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব।পৌৰসভাৰ ১৫ আৰু ১৯ নং ৱাৰ্ড দুটা অনুসূচিত জাতিৰ বাবে, ২ নং ৱাৰ্ডটো অনুসূচিত জাতিৰ মহিলাৰ বাবে , ১৩ নং ৱাৰ্ডটো অনুসূচিত জনজাতিৰ বাবে, ৪, ৬, ৭, ৮, ১১, ১২, ১৪, ১৭, ১৮, ২০ আৰু ২৫ নং ৱাৰ্ড কেইটা মহিলাৰ বাবে সংৰক্ষিত হোৱাৰ বিপৰীতে ১, ৩, ৫, ৯, ১০, ১৬, ২১, ২২, ২৩ আৰু ২৪ নং ৱাৰ্ডকেইটা সকলোৰে বাবে মুকলি থাকিব আৰু সেইমতে ৱাৰ্ড কমিচনাৰ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া প্ৰাৰ্থীসকলে ১০ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত মনোনয়ন পত্ৰ সংগ্ৰহ কৰিব পাৰিব। ১, ২, ৩, ৪ আৰু ৫ নং ৱাৰ্ডৰ বাবে জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসৰ পৰা, ৬, ৭, ৮, ৯ আৰু ১০ নং ৱাৰ্ডৰ বাবে অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজাৰ পৰা, ১১, ১২, ১৩, ১৪ আৰু ১৫ নং ৱাৰ্ডৰ বাবে অতিৰিক্ত উপায়ুক্ত শ্যামলক্ষেত্ৰ গগৈৰ পৰা, ১৬, ১৭, ১৮, ১৯ আৰু ২০ নং ৱাৰ্ডৰ বাবে অতিৰিক্ত উপায়ুক্ত পংকজ চমুৱাৰ পৰা আৰু ২১, ২২, ২৩, ২৪ আৰু ২৫ নং ৱাৰ্ডৰ বাবে বঙাইগাঁও সদৰ মহকুমাধিপতি মগেন নৰহৰ কাৰ্যালয় কক্ষৰ পৰা দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত ১০ ৰ পৰা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত মনোনয়ন পত্ৰ সংগ্ৰহ কৰিব পাৰিব।

সেইদৰে ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত কাৰ্যালয় খোলা দিনত নিৰ্বাচনী প্ৰাৰ্থী বা তেওঁৰ প্ৰস্তাৱকে ওপৰোক্ত যিকোনো এগৰাকী বিষয়াৰ কাৰ্যালয় কক্ষত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। আনহাতে ১৭ ফেব্ৰুৱাৰীত দিনৰ ১০ বজাৰ পৰা ৪ বজাৰ ভিতৰত মনোনয়ন পত্ৰসমূহ উপায়ুক্ত কাৰ্যালয়ত পৰীক্ষা কৰা হ’ব। একেদৰে ওপৰোক্ত যিকোনো এগৰাকী কৰ্তৃত্বপ্ৰাপ্ত বিষয়াৰ কাৰ্যালয় কক্ষত ২০ ফেব্ৰুৱাৰীত দিনৰ ৩ বজাৰ ভিতৰত নিৰ্বাচনী প্ৰাৰ্থী বা তেওঁৰ প্ৰস্তাৱক অথবা তেওঁৰ নিৰ্বাচনী এজেন্টে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ জাননী দিব পাৰিব।নিৰ্বাচনত যদি প্ৰতিদ্বন্দ্বিতা হয় তেতিয়াহ’লে ৬ মাৰ্চত পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজাৰ ভিতৰত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। উল্লেখ থাকে যে বৰ্তমানে বঙাইগাঁও পৌৰসভাৰ ২৫টা ৱাৰ্ডৰ ভিতৰত পুৰুষ ভোটাৰ ১৯,৯৫১জন আৰু মহিলা ভোটাৰ ২০,৬০১ গৰাকী ধৰি মুঠতে ৪০,৫৫২গৰাকী ভোটাৰ আছে।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm
শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

September 16, 2025 3:45 pm
জনজাতিকৰণৰ দাবী : ২২ ছেপ্তেম্বৰত সমদলেৰে ৰাজপথ কঁপাব ৫০,০০০ মটকে

জনজাতিকৰণৰ দাবী : ২২ ছেপ্তেম্বৰত সমদলেৰে ৰাজপথ কঁপাব ৫০,০০০ মটকে

September 16, 2025 3:45 pm
এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

September 16, 2025 3:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm
শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

September 16, 2025 3:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd