• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঘৰুৱা ক্ৰিকেটত অঘটন; শক্তিশালী মুম্বাইক ৬ উইকেটত পৰাস্ত মেঘালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 15, 2019 9:06 pm
Meghalaya-cricket-team-750x375

মেঘালয়ৰ ক্ৰিকেট দলৰ ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত চৈয়দ মুস্তাক আলী টুৱেণ্টি ২০ ট্ৰফীৰ গ্ৰুপ ডিৰ এখন মেচত আজি মেঘালয়ে শক্তিশালী মুম্বাইক পৰাস্ত কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মুম্বাইৰ ঐতিহাসিক ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত মেচখন মেঘালয়ে চাৰিটা বল বাকী থকা অৱস্থাত ৬ উইকেটত বিজয় সাব্যস্ত কৰে।

মেঘালয়ৰ এই ঐতিহাসিক বিজয়ৰ মূলতে আছিল ৰবি ৰাজা, পুনীত বিচট আৰু সঞ্জয় যাদৱৰ দুৰ্দান্ত প্ৰদৰ্শন।

ঘৰুৱা দল মুম্বাইয়ে প্ৰথমে বেট ধৰি মেঘালয়ৰ সন্মুখত ১৫৮ ৰানৰ লক্ষ্য বান্ধি দিয়ে।

লক্ষ্যৰ পিছা কৰিবলৈ আহি আলহী দল মেঘালয়ে ৰবি তেজাৰ অপৰাজিত ৬০ আৰু সঞ্জয় যাদবৰ ৫৫ ৰানৰ সহায়ত অন্তিম অভাৰত বিজয় লাভ কৰে। পুনীত বিচটেও ১২টা বলত ২৩ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলে।

#Meghalaya created a historic win against #Mumbai in @BCCIdomestic @Paytm #MustaqAliT20 tournament today. Congratulations to our Team and its coaches! We are proud of our team!#MeghalayaCricketTeam #T20 #Champions pic.twitter.com/lDgOGTtqgl

— CMO Meghalaya (@CMO_Meghalaya) November 15, 2019

‘আমাৰ দলৰ বাবে এয়া সপোনৰ বিজয়’, মেঘালয় ক্ৰিকেট এছ’চিয়েশ্যনৰ যুটীয়া সম্পাদক তথা দলৰ মেনেজাৰ চিয়াং ডি চিৰাই এই মন্তব্য কৰে।

মাত্ৰ এবছৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটত আবিৰ্ভাৱ ঘটা মেঘালয়ৰ এই সাফল্যত উৎফুল্লিত মুখ্য মন্ত্ৰী কনৰাড চাংমাই টুইট কৰি কয়, ‘আজি চৈয়দ মুস্তাক আলী টুৱেণ্টি ২০ ক্ৰিকেটত মেঘালয়ে মুম্বাইৰ বিৰুদ্ধে ঐতিহাসিক বিজয় সাব্যস্ত কৰে। আমাৰ দল তথা প্ৰশিক্ষকক শুভেচ্ছা জনাইছো। আমাৰ দলক লৈ আমি গৌৰৱান্বিত’।

এই ৰোমাঞ্চকৰ মেচখনত মেঘালয়ে বিজয় সাব্যস্ত কৰাৰ পিছতেই বি চি চি আইৰ তৰফৰ পৰাও টুইট কৰা হয়। বি চি চি আইৰ টুইটটোত এয়া এক অঘটন আখ্যা দিয়া হৈছে।

WATCH: A big upset was caused today in @paytm
#MushtaqAliT20 when Meghalaya beat Mumbai at their home ground the Wankhede Stadium. This is Mumbai’s first loss in the tournament this season. pic.twitter.com/mx79aW8fNZ

— BCCI Domestic (@BCCIdomestic) November 15, 2019

উল্লেখ্য যে মুম্বাইক পৰাস্ত কৰাৰ পূৰ্বে মেঘালয়ে অসমকো পৰাস্ত কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

August 18, 2025 8:17 pm
কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

August 18, 2025 7:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd