• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয়ৰ কয়লাখনিত শ্ৰমিক আবদ্ধৰ ঘটনা : এন ডি আৰ এফৰ ডুবাৰু খনিৰ ভিতৰত এতিয়াও প্ৰৱেশ কৰিব পৰা নাই

অনুপ শৰ্মা by অনুপ শৰ্মা
December 15, 2018 6:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ পূব জয়ন্তীয়া জিলাৰ ছান অঞ্চলৰ এটা কয়লা খনিৰ ভিতৰত আবদ্ধ হৈ পৰা ১৩জন শ্ৰমিকক এই পৰ্য্যন্ত উদ্ধাৰ কৰিব পৰা নগ’ল। যোৱলা ১৩ ডিচেম্বৰত সংঘটিত এই দুৰ্ভাগ্যজনক ঘটনাটোৰ পিছতে উদ্ধাৰ অভিযান চলোৱা হৈছিল যদিও ১৫ ডিচেম্বৰৰ সন্ধিয়া পৰ্য্যন্ত এজনৰো সন্ধান উলিয়াব পৰা হোৱা নাই।

উদ্ধাৰ অভিযানত জড়িত থকা চৰকাৰী বিষয়াই কয় যে খনিৰ ভিতৰত জমা হোৱা পানী সিঁচি থকা হৈছে যদিও এতিয়ালৈকে একো উদ্ধাৰ কৰিব পৰা হোৱা নাই।

“খনিৰ গাঁতটো প্ৰায় ৩৭০ ফুট গভীৰ আৰু ৰাষ্ট্ৰীয় দুৰ্য্যোগ প্ৰশমন বাহিনী (এন ডি আৰ এফ)-ৰ উদ্ধাৰকাৰীয়ে ৩০ ফুটলৈকেহে প্ৰৱেশ কৰিব পাৰিছিল।” উদ্ধাৰ অভিযানত জড়িত এজন জ্যেষ্ঠ বিষয়াই কয়।

আনহাতে সিঁচি আছে যদিও পানী এতিয়াও ভালেখিনি ৰৈ গৈছে বুলিও জানিবলৈ দিয়ে বিষয়াজনে। “আমি পানীখিনি সিঁচি উলিয়াবলৈ যত্ন কৰিছো যদিও এতিয়াও বহুত পানী আছে। এই পৰিস্থিতিত ডুবাৰুৱে উদ্ধাৰ অভিযান চলাব পৰা নাই।” বিষয়াজনে কয়।

খনিটোৰ ভিতৰত আবদ্ধ হৈ পৰা ১৩জন শ্ৰমিকৰ ভিতৰত কেইবাজনো অসমৰ শ্ৰমিক আছে। আটাইকেইজন শ্ৰমিকৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে।

উল্লেখযোগ্য যে মেঘালয়ত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে কয়লাৰ খনন ২০১৪ চনৰ পৰাই বন্ধ ৰাখিছে যদিও বহুতো অবৈধ কয়লাখনি ৰাজ্যখনত গঢ় লৈ উঠিছে। জীৱিকাৰ তাড়নাতে এই কয়লাৰ খনিবোৰত কাম কৰিবলৈ বিভিন্ন ঠাইৰ শ্ৰমিক গৈ এইদৰে মৃত্যুৰ মুখত পৰা ঘটনা নতুন নহয়। ২০১২ চনতো খনিৰ ভিতৰত পানী সোমোৱা বাবে ১২ জন শ্ৰমিকৰ মৃত্যু হৈছিল। এই খনিবোৰত প্ৰয়োজনীয় বিজ্ঞানসন্মত ব্যৱস্থা আৰু সা-সুবিধা নাথাকে আৰু বিপদৰ সময়ত শ্ৰমিকসকলক এই খনিৰ ব্যৱসায়ীসকলে আপদকালীন সেৱাও আগ নবঢ়ায়।

অনুপ শৰ্মা

অনুপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd