• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2025 5:24 pm
313
VIEWS
Share on FacebookShare on Twitter

পত্নী ছোনম ৰঘুবংশীৰ বিৰুদ্ধে মেঘালয়ত মধুচন্দ্ৰিকা উদযাপন কৰিবলৈ অহাৰ সময়ত স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। শ্বিলঙৰ হোমষ্টেৰ পৰা স্কুটি চলাই নিৰুদ্দেশ হৈছিল ৰাজা-ছোনম। প্ৰায় সাত দিনৰ মূৰত খাৱৈৰ পৰা ৰাজাৰ পচি যোৱা মৃতদেহটো উদ্ধাৰ কৰা হয়। এই ঘটনাৰ বাবে মেঘালয়ত ব্যক্তিগত মালিকানাধীন বাহন (দুচকীয়া আৰু চাৰিচকীয়া বাহন) ভাড়াত দিয়াত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। চৰকাৰে বান্ধি দিয়া নিয়ম মানি নচলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ডাঙৰ জৰিমনাও হ’ব পাৰে।

১৩ জুনত মণিপুৰৰ পৰিবহণ আয়ুক্ত ডেভিদ ডি চাংমাই এক নিৰ্দেশ জাৰি কৰে। তাত উল্লেখ আছে যে মেঘালয়ৰ কোনো সংগঠনে ব্যক্তিগত মালিকানাধীন বাইক বা গাড়ী ভাড়াত দিব নোৱাৰে। চৰকাৰী অধিসূচনাত ১৯৮৮ চনৰ মটৰ গাড়ী আইনৰ কথা উল্লেখ আছে।ধাৰা ৬৬ অনুসৰি গাড়ীখনৰ অনুমতি পত্ৰ থাকিব লাগিব। বাণিজ্যিক ব্যৱহাৰৰ বাবে ধাৰা ১৯২এৰ অধীনত জৰিমনা বিহা হ’ব। তেনে নকৰিলে ২০৭ নং ধাৰা অনুসৰি দুচকীয়া আৰু চাৰিচকীয়া বাহন জব্দ কৰা হ’ব।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এড. প্ৰৱেশিকা পৰীক্ষা ২০২৫ সফলভাৱে সম্পন্ন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এড. প্ৰৱেশিকা পৰীক্ষা ২০২৫ সফলভাৱে সম্পন্ন

গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ আহ্বান: সংসদত প্ৰধানমন্ত্ৰীৰ উপস্থিতি আৰু বক্তব্য আগবঢ়োৱা অনিবাৰ্য

ৰাজ্যৰ শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্ত! অৱসৰ প্ৰাপ্ত শিক্ষকেৰে পূৰণ কৰিব অসমৰ চৰকাৰী মডেল ডিগ্ৰী কলেজৰ খালী শিক্ষকৰ পদ

 ‘দেশ প্ৰথম, দল পিছত’: কংগ্ৰেছক বাৰ্তা শশী থাৰুৰৰ

 ‘দেশ প্ৰথম, দল পিছত’: কংগ্ৰেছক বাৰ্তা শশী থাৰুৰৰ

মানাহ নদীৰ পাৰৰ অবৈধ খননে ভাবুকি কঢ়িয়াই আনিছে পৰিৱেশ আৰু জনজীৱনৰ বাবে

মানাহ নদীৰ পাৰৰ অবৈধ খননে ভাবুকি কঢ়িয়াই আনিছে পৰিৱেশ আৰু জনজীৱনৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd